--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰৱল বৃষ্টিপাতে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে অন্ধ্ৰপ্ৰদেশৰ কেইবাখনো জিলাত৷ ৰাজ্যখনৰ কেইবাখনো জিলা আবতৰীয়া বানৰ কৱলত পৰিছে। বিশেষকৈ চিট্টৰ, কৰপ্পা আৰু নেল্লুৰ অঞ্চলত বান পৰিস্থিতি অবৰ্ণনীয় হৈ পৰিছে।

জিলাকেইখনত ঘৰ-দুৱাৰ, মঠ-মন্দিৰ, অনুষ্ঠান-প্ৰতিষ্ঠান সকলোতে এতিয়া বানপানী। বানপানীৰ ফলত ৩জন লোকৰ মৃত্যু হোৱাৰ বাতৰি আহি পৰিছে। লগতে বাছৰ ভিতৰতো মৃতদেহ উদ্ধাৰ হৈছে। ৰাজ্যখনত বানৰ কৱলত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বৰ্তমানেও অৰ্ধ-শতাধিক লোক এতিয়াও সন্ধানহীন হৈ আছে।

জিলাকেইখনত বন্যাৰ্তক এনডিআৰএফ আৰু এছডিআৰএফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বিমানৰ উৰণৰ যাত্ৰা বাতিল কৰা হৈছে। ফলত আবদ্ধ হৈ পৰিছে বহু তীৰ্থযাত্ৰী। পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈছে প্ৰশাসন। ৰাজ্যখনত হাইএলাৰ্ট জাৰি কৰিছে প্ৰশাসনে। পাহাৰীয়া কেইবাখনো ঠাইত ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ