--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: শিশু নিৰ্যাতনৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান৷ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক খাৰিজ কৰি পছক’ৰ অধীনত যৌননির্যাতনৰ অপৰাধৰ কাৰণে শাৰীৰিক সম্পর্ক তথা শৰীৰ স্পর্শৰ আৱশ্যকতা নাই বুলি গুৰুত্বপূর্ণ ৰায় দিছে৷

উল্লেখ্য যে, বোম্বে উচ্চ ন্যায়ালয়ে পছক’ আইনৰ অধীনত যৌননির্যাতনৰ অপৰাধৰ কাৰণে শাৰীৰিক সম্পর্কৰ আৱশ্যক আছে বুলি ৰায় দিছিল যদিও সেই ৰায় খাৰিজ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ইউ ইউ ললিত, এছ ৰবীন্দ্র ভাট আৰু বেলা ত্রিবেদীৰ বিচাৰপীঠে যৌননির্যাতনৰ অপৰাধৰ কাৰণে শাৰীৰিক সম্পর্কৰ আৱশ্যকতা নাই বুলি ৰায় দিয়ে৷

বিচাৰপীঠে কয় যে, আইনখন যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষাৰ বাবেই বলৱৎ কৰা হৈছে৷ বোম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে ১২জানুৱাৰীত পছক’ আইনৰ অধীনত যৌননির্যাতনৰ অপৰাধৰ কাৰণে শাৰীৰিক সম্পর্কৰ আৱশ্যক আছিল বুলি দিয়া ৰায়ৰ প্রত্যাহ্বান জনাই কেন্দ্র, ৰাষ্ট্রীয় মহিলা আয়োগ আৰু মহাৰাষ্ট্র চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল৷ এই আবেদনৰ শুনানি নিৰীক্ষণ কৰি বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক খাৰিজ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ