--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: চাহ খাই বেয়া পোৱা মানুহ খুব কমেই ওলাব। চাহে ব্যক্তিৰ মনৰ পৰা এলাহ ভাব দূৰ কৰে। লগতে চাহৰ আছে বহুতো স্বাস্থ্য সম্পৰ্কীয় গুণাগুণ, যিয়ে শৰীৰটোক বিভিন্ন ধৰণে সহায় কৰে। আজিকালি বজাৰত বিভিন্ন সুস্বাদুৰ চাহ পোৱা যায়।‌ কিন্তু অতীতৰেপৰা চলি অহা আদা দিয়া চাহকাপে যেন লালচাহ আৰু গাখীৰ চাহক এক অন্য মাত্ৰা প্ৰদান কৰিছে। আৰু আদা দিয়া চাহকাপে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

আদা দিয়া চাহৰ গুণাগুণ বহু আছে। এই চাহকাপে বহু বেমাৰৰ প্ৰতিৰোধক হিচাপে কাম কৰে। তাৰ ভিতৰত-
১) আদা দিয়া চাহে খাদ্যৰ হজমৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বমি ভাব নাইকীয়া কৰে। পাচন তন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত এই চাহকাপে ঔষধৰ দৰে কাম কৰে।
২) আদা দিয়া চাহে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। আনহাতে ই চৰ্বি গলোৱাটো সহায় কৰে, যাৰ ফলত ওজন বৃদ্ধি নহয়।
৩) আদাত প্ৰচুৰ পৰিমাণে এণ্টি-অক্সিডেণ্ট পোৱা যায়, যিয়ে টিউমাৰ কোষবোৰক প্ৰভাৱিত কৰে। কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত যথেষ্ট সহায়কাৰী হয় এই আদা দিয়া চাহ।
৪) এটি গৱেষণাৰ মতে প্ৰতিদিনে আদা দিয়া চাহ খোৱা মানুহে উচ্চ ৰক্তচাপৰ সমস্যাৰ পৰা বাচি থাকে।
আজিকালি প্ৰায়ভাগ লোকেই মাইগ্ৰেণৰ সমস্যাত ভোগে। নিয়মিত আদা দিয়া চাহ খালে মূৰৰ বিষ আৰু মাইগ্ৰেণৰ সমস্যাৰ পৰা অলপ হ’লেও সকাহ পাব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ