--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ২০২৩ চনৰ ২২ এপ্ৰিল অৰ্থাৎ শনিবাৰে অক্ষয় তৃতীয়া উদযাপন কৰা হ’ব। হিন্দু ধৰ্মত অক্ষয় তৃতীয়াক অতি গুৰুত্বপূৰ্ণ দিন বুলি গণ্য কৰা হয় কাৰণ এই দিনটোত শুভ কাম কৰিবলৈ শুভ সময় পোৱা যায়। অৰ্থাৎ অক্ষয় তৃতীয়াৰ দিনা যিকোনো শুভ কাম বা বস্তু ক্ৰয় কৰিব পাৰি। অক্ষয় তৃতীয়াৰ দিনা মাতৃ লক্ষ্মী আৰু বিষ্ণু ভগৱানক পূজা কৰা হয়। ইয়াৰ সমান্তৰালকৈ অক্ষয় তৃতীয়াৰ দিনা ধন পোৱাৰ ব্যৱস্থা গ্রহণ কৰিলে ব্যক্তিজন ধনী হয়।

টকা পোৱাৰ উপায়

- লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ অক্ষয় তৃতীয়াৰ দিনটো অতি গুৰুত্বপূৰ্ণ। ঠিক দীপাৱলীৰ দৰেই অক্ষয় তৃতীয়াৰ দিনা ৰীতি-নীতিৰে লক্ষ্মী দেৱীক পূজা কৰিলেও অপৰিসীম সুখ আৰু সমৃদ্ধি পোৱা যায়। লগতে ধনৰ প্ৰবাহ হয়। অক্ষয় তৃতীয়াৰ দিনা লক্ষ্মী দেৱীক পূজা কৰি গোলাপ ফুল আগবঢ়াওক। এই কামত মা সুখী হ’ব। লগতে ক্ষীৰ ভোগ হিচাপে আগবঢ়াওক।

- অক্ষয় তৃতীয়াত মা লক্ষ্মীক স্ফতিকৰ মালা প্ৰদান কৰিলেও ধন-সম্পত্তি আৰু সমৃদ্ধি পোৱা যায়। মা লক্ষ্মীক নতুন স্ফতিকৰ মালা আগবঢ়ালে ভাল হ’ব। যদি এয়া সম্ভৱ নহয়, তেন্তে পুৰণি মালাডালো গংগাজলেৰে ধুই আগবঢ়াব পাৰি।

- অক্ষয় তৃতীয়াৰ দিনা নিজৰ সামৰ্থ্য অনুযায়ী সোণ-ৰূপৰ বস্তু কিনিব। সোণ বা ৰূপৰ সৰু পাত এটাও কিনিব পাৰি। এনে কৰিলে আপোনাৰ ঘৰত সদায় টকাৰ সোঁত থাকিব। ঘৰখন ধন-সম্পত্তিৰে ভৰি পৰিব। মা লক্ষ্মীৰ চৰণ ক্ৰয় কৰাটো অতি শুভ। দৈনিক পূজাও কৰিলে ভাল হ’ব।
 
- অক্ষয় তৃতীয়াৰ দিনা কেশৰ আৰু হালধিৰে দেৱী লক্ষ্মীক পূজা কৰিলে সকলো আৰ্থিক সমস্যা দূৰ হয়।

- অক্ষয় তৃতীয়াৰ দিনা মা লক্ষ্মীৰ পূজাত ১১ টা কড়ি ৰাখক। তাৰ পিছত পৰিষ্কাৰ ৰঙা কাপোৰেৰে বান্ধি পূজাস্থলীত বা টকা থকা চন্দুকত ৰাখক। ঘৰলৈ টকা আহিব।

- অক্ষয় তৃতীয়াত দান আৰু পূণ্য কৰক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী