--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি ৰাজনৈতিক ক্ষেত্ৰখনত যি বুকা ছটিওৱা ৰাজনীতি পৰিলক্ষিত হৈছে৷ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপট একেবাৰে সুস্থিৰ নহয়৷ শেহতীয়াকৈ ৰেলমন্ত্ৰী ৰৱনীত সিং বিট্টুৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দেশৰ সৰ্ববৃহৎ সন্ত্ৰাসবাদী বুলি অভিহিত কৰা বিতৰ্কিত মন্তব্যই ব্যাপক চৰ্চা লাভ কৰাৰ লগতে ৰাজনৈতিক উত্তেজনাও বৃদ্ধি কৰিছে৷ 

এখন সংবাদমেলত ৰে’লমন্ত্ৰী ৰৱনীত সিঙে ৰাহুল গান্ধীয়ে শিখ সকল কোনো দলৰ সৈতে জড়িত নহয় বুলি কোৱা মন্তব্যৰ বিৰোধ কৰি কয় যে কৰি ৰাজনৈতিক উদ্দেশ্যে সাধনৰ বাবে শিখ সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিৰ সৈতে খেলি আছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে ৰাহুল গান্ধীৰ মন্তব্যই ৰাষ্ট্ৰীয় ঐক্যৰ ক্ষেত্ৰত ভাবুকি আনিছে বুলি মন্তব্য কৰে আৰু ৰাহুল গান্ধীক সন্ত্ৰাসবাদী আখ্যা দিয়ে বিজেপি নেতা গৰাকীয়ে৷ তেঁও লগতে কয় ৰাহুল গান্ধী ভাৰতীয় নহয়, ৰাহুল গান্ধীয়ে আধিক সমসয় ভাৰতৰ বাহিৰতে কটাইছে৷ তেঁওৰ নিজৰ দেশৰ প্ৰতি ভালপোৱা তেনেই নগন্য৷বিৰোধী নেতাগৰাকীক চঞ্চল বুলিও কটাক্ষ কৰে৷

ৰে’লমন্ত্ৰীগৰাকীৰ এই মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৰাজনৈতিক মহলত৷এই বক্তব্যৰ পাছত মিশ্ৰিত প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে৷বিজেপিৰ সমৰ্থকে ৰে’লমন্ত্ৰীগৰাকীৰ এই বক্তব্যক আদৰণী জনাইছে আনহাতে কংগ্ৰেছ নেতাসকলে ৰৱনীত সিঙৰ মন্তব্য তীব্ৰ উত্তেজনা জনক বুলি সমালোচনা মুখৰ হৈ পৰিছে৷ উল্লেখযোগ্য যে ৰৱনীত সিং বিট্টু এটা সময়ত কংগ্ৰেছৰ সদস্য আছিল সেই সময়ত দয়োজনৰ মাজত মতভেদ পৰিলক্ষিত হৈছিল৷ সম্প্ৰতি এই মতভেদ পুনৰ সজীৱ হৈ পৰাৰ লগতে দুই দলৰ মাজত চলিথকা উত্তেজনা তীব্ৰতৰ কৰি তুলিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক