--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকা ভ্ৰমণত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপি আৰএছএছক সমালোচলানাৰে থকা সৰকা কৰি চৰ্চিত হৈ থকা পাছতে এজন নাপিতক উপহাৰ প্ৰদান কৰি পুনৰ চৰ্চালৈ আহিছে বিৰোধী নেতা ৰাহুল গান্ধী৷
      
জানিব পৰা মতে লোকসভা নিৰ্বাচনৰ সময়ত ৰায়বৰেলীত ৰাহুল গান্ধীয়ে এখন সধাৰণ চেলুনত দাড়ি-চুলি কাটিছিল সেই চেলুনখনৰ নাপিতগৰাকীলৈ বিশেষ উপহাৰ প্ৰেৰণ কৰিছে।লালগঞ্জৰ নিবাসী মিথুন নামৰ নাপিত গৰাকীলৈ কংগ্ৰেছ নেতাগৰাকীয়ে তিনিখন চকী আৰু এটা ইনভাৰ্টাৰ বেটাৰী উপহাৰ হিচাপে প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা গৰাকীয়ে চুলতানপুৰৰ ৰামচেট মোচিলৈ জোতা চিলাইৰ মেচিন উপহাৰ হিচাপে দিছিল।

নাপিতগৰাকীয়ে সদৰি কৰা মতে ৰাহুল গান্ধীয়ে তেওঁৰ চেলুনত আহি দাড়ি কটাৰ পাছত তেওঁৰ ব্যৱসায়ত যথেষ্ট উন্নতি হৈছে।ব্যৱসায়ৰ উন্নতিৰ বাবে পৰামৰ্শও আগবঢ়াইছিল কংগ্ৰেছ নেতা গৰাকীয়ে। মিঠুনৰ জীৱনলৈ বিশেষ পৰিৱৰ্তন আনিছে বুলি মত প্ৰকাশ কৰি ৰাহুল গান্ধীৰ  সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে।

কংগেছ নেতাগৰাকীয়ে মিঠুন নামৰ নাপিত জনৰ ওচৰত দাড়ি-চুলি কটাৰ পাছত তেওঁৰ চেলুনখনৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ লগতে গ্ৰাহকৰ সংখ্যাও বাঢ়িছে বুলি জানিবলৈ দিছে। ৰাহুল গান্ধীয়ৰ পৰা এনে উপহাৰ লাভকৰিব বুলি আশা কৰা নাছিল বুলি মতপ্ৰকাশ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক