--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেশৰ ৰে'ল সেৱা এটা অতি গুৰুত্বপূর্ণ ৰাষ্ট্ৰীয় সম্পদ, য'ত দৈনন্দিন প্ৰায় ১৩,০০০ৰো অধিক ৰেল চলাচল কৰে, ২০ মিলিয়নৰো অধিক যাত্ৰীক সেৱা প্ৰদান কৰে আৰু দৈনন্দিন লক্ষাধিক ডিজিটেল লেনদেন সম্পন্ন কৰে।

ডিজিটেল ডেস্ক : এয়াৰটেল বিজনেছে ভাৰতীয় ৰে’লৱে সুৰক্ষা পৰিচালনা কেন্দ্ৰৰ পৰা বহুবছৰীয়া চুক্তি লাভ কৰিছে যাৰ অধীনত ভাৰতৰ ৰে’লৱে নেটৱৰ্কৰ ডিজিটেল মেৰুদণ্ড সুৰক্ষিত কৰিবলৈ ই ব্যাপক, উদ্যোগৰ অগ্ৰণী নিৰাপত্তা সেৱা আগবঢ়াব।


দেশৰ ৰে'ল সেৱা এটা অতি গুৰুত্বপূর্ণ ৰাষ্ট্ৰীয় সম্পদ, য'ত দৈনন্দিন প্ৰায় ১৩,০০০ৰো অধিক ৰেল চলাচল কৰে, ২০ মিলিয়নৰো অধিক যাত্ৰীক সেৱা প্ৰদান কৰে আৰু দৈনন্দিন লক্ষাধিক ডিজিটেল লেনদেন সম্পন্ন কৰে। ইয়াৰ লগতে বছৰি ১.৫ বিলিয়ন টন মালবাহন পৰিবহন কৰে। যাত্ৰীসকলৰ সংবেদনশীল তথ্য, পেমেন্ট সম্পৰ্কীয় তথ্য, লগতে টিকট কটা, ৰে'ল অনুসৰণ, মালবাহন আৰু সংকেত ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় কাৰ্যনিৰ্বাহী তথ্য ভঁৰালসমূহ সুৰক্ষিত ৰখা অত্যন্ত জৰুৰী, বিশেষকৈ আজিৰ সময়ত যিহেতু চাইবাৰ অপৰাধ যথেষ্ঠ বৃদ্ধি পাইছে।

এয়াৰটেল বিজনেছে উন্নত আৰু কেন্দ্ৰীভূত সুৰক্ষা নিয়ন্ত্ৰণৰ সৈতে ৰে’লৱেৰ ডাটাবেছসমূহ সুৰক্ষিত কৰিবলৈ স্তৰযুক্ত নিৰাপত্তা স্থাপন কৰিব। ইয়াৰ দ্বাৰা ২৬টা স্থানত নিয়োজিত ১,৬০,০০০ৰ কৰ্মচাৰীকে ধৰি দেশৰ ৰে’ল সেৱাৰ সমগ্ৰ ডিজিটেল কাৰ্য্যকলাপো সুৰক্ষিত হ’ব, যাৰ ফলত এক সুদৃঢ় আৰু শক্তিশালী অনুসৰণযোগ্য বেকএণ্ড নিশ্চিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ