--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ প্ৰায় সকলোৰে জীৱনত কোনোবা নহয় কোনোবা ক্ৰাছ থাকে। কিছুমানৰ কোনো ক্ৰাছ নাথাকে সেয়া বেলেগ কথা কিন্তু বহু মানুহৰে জীৱনত ক্ৰাছ থাকে, যি ক্ৰাছৰ প্ৰতি মানুহে অনামী আকৰ্ষণ অনুভৱ কৰে। 

ছ’চিয়েল মিডিয়াত অনবৰতে ব্যস্ত হৈ থকা উৰ্ফি জাভেদৰো আছে ক্ৰাছ। জানিবলৈ নিশ্চয় মন গৈছে নহয়নে.. উৰ্ফিৰ ক্ৰাছ কোন? এনে এজন চেলিব্ৰিটিক উৰ্ফিয়ে ক্ৰাছ বুলি অভিহিত কৰিছে যাক প্ৰায় সংখ্যক লোকেই বৰ ভালপায়। সেই বিশেষ ব্যক্তিজন কোন জানো আহক।

অস্বাভাৱিক-অদ্ভূত সাজসজ্জাৰ বাবে সদায় লাইমলাইটত থাকে উৰ্ফি জাভেদ। ইয়াৰ বাহিৰেও তেওঁ কেতিয়াবা দিয়া অদ্ভুত বক্তব্যবোৰেও চৰ্চা লাভ কৰে। এইবাৰ উৰ্ফীয়ে লাইমলাইটলৈ আহিবলৈ ক’লে নিজৰ ক্ৰাছৰ কথা। হয়, উৰ্ফিৰ ক্ৰাছ আন কোনো নহয়, তেওঁ হৈছে বলীউড বাদশ্বাহ শ্বাহৰুখ খান। ইনষ্টা ষ্ট’ৰীত কিং খানৰ ফটো শ্বেয়াৰ কৰি উৰ্ফীয়ে এই কথা প্ৰকাশ কৰিছে। উৰ্ফি জাভেদে ইনষ্টা ষ্ট’ৰীত লিখিছে যে ''আৰিয়ান খান প্ৰায় মোৰ বয়সৰ কিন্তু তেওঁৰ পিতৃহে মোৰ ক্ৰাছ।'' উৰ্ফীয়ে যি ক’বলগীয়া আছিল ক’লে কিন্তু শ্বাহৰুখ খান বা আৰিয়ানৰ তেওঁৰ পোষ্টটোৰ ওপৰত চকু পৰিছে নে নাই সেই কথা জানিব পৰা হোৱা নাই।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক