--°C
Loading...
Listen to Article
2 min read
80%
২ ডিচেম্বৰ ২০২৩, শনিবাৰ

মেষঃ মেষ ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যােগ। কোনোকাৰণত মানসিক অশান্তি হব পাৰো পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতিহব। শিক্ষার্থী শুভ। শিল্পীৰ অশাস্তিৰ মাজতেই কিছু উন্নয়নমূলক কামত আগবাঢ়িব। ৰাজনীতিক আৰু সমাজকর্মী নতুন লাভজনক কামত লাগিব। সংখ্যাতত্ত্বৰ ফালৰ পৰা শুভ কাৰক।

বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক, ৰোগৰ উপশম হােৱাৰ যােগ। মনৰ কিছু অশান্তি হ'ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু অশান্তি হ'ব। সাহিত্যিক, শিল্পীৰ শুভ সংযােগকাৰক হ'ব। ৰাজনীতিক, আৰু সমাজকৰ্মীৰ কৰ্মত উৎসাহ বৃদ্ধি হ'ব। প্রেম,আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হ'ব। আর্থিক,বাণিজ্য আৰু কৰ্মত অলপ উন্নত'হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ।

মিথুন: মিথুন ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ যদিও মনৰ বিভিন্ন অশান্তি আৰু দুশ্চিন্তা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ।আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতাে লাভৰ যােগ।বিদ্যার্থী, শিল্পী, সাহিত্যিকৰ অস্থিৰতা সত্ত্বেও নতুন উন্নত যােগাযােগ হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যােগ।সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো মধ্যমীয়া হ'ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজি শাৰীৰিক ৰোগ-ৰিষ্টৰ কাৰক যদিও শুভ হ'ব। মনৰ অশান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট অশান্তি হ'ব পাৰে। শিক্ষার্থী, শিল্পী, সাহিত্যিকৰ অস্বস্তি মাজতত আশাৰ যােগ। আর্থিক বাণিজ্য আৰু কৰ্মত অলপ শুভফল পাব। ৰাজনীতিক আৰু সমাজকর্মীৰ লাভ হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ ফল পাব।

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক কিছু শুভ কাৰক। কোনােকথাত মনৰ অশান্তি বৃদ্ধি হব পাৰে। শিক্ষার্থী, শিল্পীৰ মনত অশান্তি থাকিলেও কিছু সুফল লাভৰ যােগ। সমাজসেৱা, ৰাজনীতি আৰু সংবাদসেৱাত যুক্তসকলৰ কিছু অশান্তি থাকিব।কর্ম, বাণিজ্য আৰু আর্থিকত আংশিক লাভৰ যােগ। প্ৰেমত আৰু সাংসাৰিক শুভ।সংখ্যাতত্বৰ ফালৰ পৰা কিছু অশান্তি কাৰক হ'ব।

কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক, মানসিক শুভকাৰক যদিও হতাশা আহিব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কষ্টৰ যােগে লাভ হ'ব। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ যথেষ্ট কষ্টৰ মাজত কিছু সফলতা পাব। ৰাজনীতিকৰ চিন্তা বৃদ্ধিযােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ'ব।

তুলা: তুলা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ কিছু অশান্তি থাকিব। মনতাে চিন্তা, হতাশাৰ যােগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ। শিক্ষার্থী,সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজেৰে নতুন কামত আগবাঢ়িব।ৰাজনীতিক, সমাজসেৱীৰ লাভৰ যােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো মিশ্রিত কাৰক হ'ব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ উন্নতিৰ যােগ যদিও চঞ্চলতা বৃদ্ধিৰ যােগ। মন ভাগৰুৱা হ'ব পাৰে। অলপ বিষাদৰাে যােগ আছে। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিৰাশাৰ মাজতাে নতুন পৰিকল্পনামতে আগবাঢ়িব। কর্ম, বাণিজ্য আৰু আর্থিক সামান্য লাভৰ যােগ। ৰাজনীতিক, সমাজকর্মীৰ অযথা ক্ষতি হ'ব। প্রেম-প্রীতি আৰু সাংসাৰিক শুভ কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ'ব।

ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শৰীৰৰ উন্নতি কাৰক যদিও দুপৰীয়াৰপৰা দুৰ্বলতাৰ যােগ। মানসিক দিশত নিৰাশ হ'ব পাৰে। আর্থিক,কৰ্ম আৰু বাণিজ্যত লাভ কিছু কমকৈ পাব। প্রেম-পাৰিবাৰিক দিশত অশুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিৰাশাৰ মাজতে কিছু আশাব্যঞ্জক উৎসাহ বাঢ়িব। ৰাজনীতিক, সমাজকর্মীৰ মানসিক দুশ্চিন্তা সত্ত্বেও লাভৰ যােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটোত অত্যন্ত শুভ কাৰক।

মকৰঃ মকৰ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশান্তিৰ যােগ। মনৰ সাহস অক্ষুন্ন থাকিব। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ মানসিক অশান্তি কাৰক। প্রেম-পাৰিবাৰিকত অশুভ কাৰক। যথেষ্ট কষ্টৰে আর্থিক ব্যৱসায় আৰু কর্মক্ষেত্ৰত লাভৱান হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো কিছু শুভ, কাৰক।

কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক দিশত শুভ কাৰক হ'ব। মনৰ অশান্তি থাকিব পাৰে। পৰিয়ালৰ অশান্তিৰ যােগ শিক্ষার্থী,, সাহিত্যিক, শিল্পী, খেলুৱৈৰ নিৰাশাৰ মাজততা শুভ কাৰক প্রচেষ্টা চলিব।ৰাজনীতিক আৰু সমাজকর্মীৰ অশান্তিৰ মাজেৰেও লাভৰযােগ। কর্ম, বাণিজ্য আৰু আর্থিক অলপ উন্নতি কাৰক। প্ৰেমত হতাশাৰ যােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ'ব।

মীন: মীন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক আৰু মানসিক দিশত অশান্তি কমিব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ কাৰক।শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলৰ হতাশাৰ মাজতাে উন্নতি কাৰক হ'ব। ৰাজনীতিক আৰু সমাজকর্মীৰ উন্নতিৰ যােগাযােগ।সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ কাৰক হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement