--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুৱা সময়ত খোজকাঢ়িলে শৰীৰৰ বহুতো গুৰুতৰ ৰোগৰ পৰা উপশম পাব পাৰে। কিন্তু মৰ্ণিংৱাক কৰে আৰু ৩দিনৰ বাবে বিৰতি লয় তেন্তে ইয়াৰ পৰা কোনো লাভ নহ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ যেনেকৈ প্ৰতিদিনে খাদ্য খোৱাৰ প্ৰয়োজন হয়, ঠিক তেনেদৰে শৰীৰঅংগবোৰক সুস্থ কৰি ৰাখিবলৈ ব্যায়াম আৰু খোজকঢ়াৰ প্ৰয়োজন হয়। যদি আপুনি ব্যায়াম কৰিবলৈ পৰ্যাপ্ত সময় নাপায় তেন্তে পুৱা ৩০ মিনিট খোজকঢ়াৰ ৰুটিন বনাওক আৰু ৰোগ পৰা উপশম পাওঁ।

পুৱা ৩০ মিনিট খোজকঢ়াৰ উপকাৰিতা-

১. হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে :-যদি আপুনি পুৱা দৈনিক খোজকঢ়াৰ অভ্যাস গঢ়ি তোলে, তেন্তে আপোনাৰ শৰীৰৰ বেয়া কলেষ্টেৰল হ্ৰাস কৰে আৰু হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে

২. ৰক্তচাপ নিয়ন্ত্ৰণ :-৩০ মিনিট খোজকাঢ়িলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে।

৩. ওজন হ্ৰাস কৰে :-দৈনিক ৩০ মিনিট খোজকাঢ়িও আপোনাৰ ওজন বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰে। খোজকাঢ়িলে কেলৰি নষ্ট হয়।

৪. ডায়েবেটিছত খোজকঢ়াটো উপকাৰী :-ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে পুৱা কমেও ৩০ মিনিট খোজকঢ়া উচিত।

৫. গাঁঠিৰ বিষৰ পৰা সকাহ দিয়ে :-যদি আপুনি গাঁঠিৰ বিষৰ সমস্যাত পৰে, তেন্তে প্ৰতিদিনে ৩০ মিনিট খোজকঢ়াৰ অভ্যাস কৰক। ইয়াৰ ফলত শৰীৰৰ পেশীবোৰ শক্তিশালী কৰি তোলাৰ লগতে গাঁঠিৰ বিষৰ পৰা উপশম দিয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ