--°C
Loading...
Listen to Article
2 min read
80%
৬ ফেব্ৰুৱাৰী,২০২২, দেওবাৰ মেষ ৰাশি: মনত আনন্দ বিৰাজমান৷ ঘৰুৱা পৰিৱেশ উন্নত হʼব৷ প্ৰিয়জনক আজি লগ পাব। পাবলগীয়া টকা ঘূৰাই পাব৷ বৃষ ৰাশি: ব্যৱসায়ত ব্যস্ততা বৃদ্ধি৷ কর্মব্যস্ততাই সম্পৰ্কৰ মধুৰতা ম্লান কৰিব পাৰে৷ ব্যয় বৃদ্ধি৷ শিক্ষাৰ্থীৰ শুভ। মিথুন ৰাশি: স্বাস্থ্যত ধ্যান দিয়ক। আয় বৃদ্ধি। প্ৰেমত শুভ। আজি ভ্ৰমণৰ যোগ দেখা যায়। ঘৰুৱা শান্তি লাভ। কৰ্কট ৰাশি: শুভ দিন৷ মনৰ সুখ বৃদ্ধি৷ লক্ষ্যত সফল হʼব৷ শত্ৰুৰ পৰা সাৱধান৷ সিংহ ৰাশি: কোনো কথাত মন বিচলিত হʼব। পৰিস্থিতি যিমানেই কঠোৰ নহওক সদায় সঁচা কথা কব। পৰচৰ্চাৰ পৰা আঁতৰি থাকিব৷ কর্মক্ষেত্ৰত শুভ। কন্যা ৰাশি: কৰ্মব্যস্ততা বৃদ্ধি পাব৷ লক্ষ্যত সফল হʼব৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব৷ প্ৰশংসা লাভ৷ উপাৰ্জন বৃদ্ধি পাব ৷ তুলা ৰাশি: খং পৰিহাৰ কৰক। কাৰোবাক কথা কওতে মধুৰ ভাষাৰে কওক। মাতৃৰ স্বাস্থ্যক লৈ চিন্তা। কাকো লৈ বেছি আৱেগিক নহʼব, নিজে কষ্ট পাব। বৃশ্চিক ৰাশি: ব্যৱসায়ত সফলতা৷ যিকোনো কথা পাতোতে সাৱধান হʼব৷ প্ৰেমত মধুৰতা। সন্তানক লৈ চিন্তিত। ধনু ৰাশি: আধ্যাত্মিক চেতনা জাগ্ৰত। নতুন বস্তু কিবা এটা আজি কিনা হʼব পাৰে। ভ্ৰমণত শুভ। ভোজন বিলাস বৃদ্ধি। মকৰ ৰাশি: প্ৰেমত শুভ৷ পৰিয়ালৰ শুভ৷ ভাল খাদ্য খাবলৈ পাব। ভ্ৰমণত শুভ। কুম্ভ ৰাশি: পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব৷ অযথা চিন্তা পৰিহাৰ কৰক৷ খং নিয়ন্ত্ৰণ কৰক৷ সন্তানৰ কথাত গুৰুত্ব দিয়ক৷ মীন ৰাশি: বন্ধু বৰ্গৰ সৈতে সাক্ষাৎ হʼব পাৰে। নতুন বাহন ক্ৰয় কৰাৰ কথা ভাবিব পাৰে। প্ৰেমত শুভ। প্ৰশংসা অৰ্জন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ