--°C
Loading...
Listen to Article
2 min read
80%
০৮ ছেপ্তেম্বৰ ২০২২,  বৃহস্পতিবাৰ
 
১. মেষ ৰাশি- আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ'ব৷  কৰ্মব্যস্ততা হ'ব।  ভ্ৰমণত বাধা। সংসাৰত অশান্তি।

২. বৃষ ৰাশি -বন্ধুৰ সৈতে মিলন।  পতি-পত্নীৰ  সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। শৰীৰ সুস্থ। প্ৰেমত মধুৰতা।

৩. মিথুন ৰাশি-  ভ্ৰমণৰ নকৰিব। কৰ্মত অশুভ। মনৰ আশা পূৰণ৷ বন্ধুৰ সৈতে সংঘাত।

৪. কৰ্কট ৰাশি -শুভ খবৰ লাভ কৰিব৷  ভোজনৰ নিমন্ত্ৰণ লাভ কৰিব। প্ৰেমত শুভ। শৰীৰ ভালে নাথাকিব। বিদ্যাত শুভ।

৫. সিংহ ৰাশিৰ - কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ ব্যৱসায়ত শুভ হ'ব। মানসিক অশান্তি বাঢ়িব। প্ৰেমত অশান্তি।

৬. কন্যা ৰাশি - ধনৰ আগমন৷  মিচা অপবাদ পাব।  প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত শুভ।

৭. তুলা ৰাশি - ধন খৰচ হ'ব৷ মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত মিলনৰ যোগ।  মৰম লাভ।

৮. বৃশ্চিক ৰাশি - আপোনজনে দুখ দিব। মনৰ আশা ভংগ। আজি আপুনি কৰ্মক্ষত্ৰত সজাগ হোৱাটো ভাল হ'ব। ব্যৱসায়ক লৈ চিন্তা। 

৯. ধনু ৰাশি - আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ। প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ পৰা বাচিব। দেহৰ বিষ হ'ব। মনত অস্থিৰতা।

১০. মকৰ ৰাশি- বন্ধুৰ সৈতে কাজিয়া। মনৰ এলাহ বাঢ়িব।  স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। প্ৰেমত সন্দেহ।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সুনাম হ'ব৷ সজাগ নহ'লে কিবা চুৰি হ'ব পাৰে। মনৰ আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ব্যৱসায়ত মিশ্ৰিত ফল।

১২. মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কাম বাঢ়িব৷ সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।প্ৰেমত শুভ। মাতৃৰ স্বাস্থ্য শুভ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে