--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱন থাকে মানে সংগ্ৰাম থাকিবই। সংগ্ৰাম যেন জীৱনৰ অন্য এক নাম। যদি আপুনি জীৱনত সংগ্ৰামৰ পৰা পলাইছে, তেন্তে এটা কথা জানি লওক যে আপুনি নিজৰ পৰাও পলাইছে। 

যিয়ে সকলো ধৰণৰ সংগ্ৰামৰ বাবে সাজু থাকে তেওঁ নিজৰ মাজতে বিজয়ী হয়। কেতিয়াবা আমি এনেকুৱা মানুহৰ সন্মুখীন হওঁ যিসকলে অবিৰত সংগ্ৰাম অব্যাহত ৰাখে। মুম্বাইৰ লোকেল ট্ৰেইনৰ এটা ভিডিঅ’ক লৈ চৰ্চা আৰম্ভ হৈছে।ভিডিঅ’টোত এগৰাকী বৃদ্ধাক চকলেট বিক্ৰী কৰা থকা দেখা গৈছে।

লোকেল ট্ৰেইনত বৃদ্ধাগৰাকীয়ে চকলেট বিক্ৰী কৰি থকা দেখা গৈছে। তেওঁ হাঁহি হাঁহি যাত্ৰীসকলক বিক্ৰী কৰিছে চকলেট। জীৱনৰ এই পৰ্যায়ত তেওঁ সংগ্ৰাম কৰি আছে, যি বয়সত অন্য লোকে বিচনাখনকে সংগী কৰি লয়। চকলেট বিক্ৰী কৰি এই বয়সতো তেওঁ নিজে উলিয়াই নিজৰ খৰচ। ইয়াৰ জৰিয়তে তেওঁ জীৱিকা উপাৰ্জন কৰি আছে।




নেটিজেনসকলে এই ভিডিঅ’টো দেখি বৃদ্ধা ভদ্ৰমহিলাগৰাকীৰ যথেষ্ট শলাগ লৈছিল। এই ভিডিঅ’টোৱে ইতিমধ্যে লক্ষাধিক ভিউজ লাভ কৰিছে। ভিডিঅ’টো চাই বহু লোকে অনুপ্ৰেৰণা লাভ কৰিছে। বহুতেই মন্তব্য কৰিছে যে ''জীৱনৰ পৰাজয়ক লৈ চিন্তিত হৈ বহি থকাতকৈ বেয়া পৰিস্থিতিৰ সৈতে যুঁজ দি থকাই উত্তম।''










FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ