--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৩০ আগষ্ট  ,২০২৩। আজি পবিত্ৰ ৰাখী পূৰ্ণিমা। আজিৰ দিনটো আপোনাৰ কেনে যাব? জানো আহক আজিৰ দিনটোৰ ৰাশিফল।

১. মেষ ৰাশি (অ,ল)-নতুন যোগাযোগ।  নতুন কৰ্ম লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত আমনি লাগিব পাৰে৷ ঘৰলৈ আলহীৰ আগমণ ঘটিব পাৰে৷ পেটৰ ৰোগত ভুগিব পাৰে, সেয়ে সতৰ্ক হ’ব।প্ৰেম শুভ।

২. বৃষ ৰাশি( উ,ব,ই)-আজিৰ দিনটোত সন্মান লাভ হ'ব, ধন লাভ হ'ব ৷ প্ৰেমত শুভ ৷ জেষ্ঠ্য জনৰ পৰা মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়। প্ৰেমত শুভ।ভাতৃ-ভগ্নীৰ মাজত মৰম বাঢ়িব।

৩. মিথুন ৰাশি( ক,ছ)- দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব৷ নতুন যোগোযোগ হ’ব পাৰে৷সজাগ নহ'লে কৰ্মত সামান্য বাধাৰ সন্মুখীন হ'ব পাৰে লগতে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। পিতৃ-মাতৃৰ বাবে চিন্তা ।

৪. কৰ্কট ৰাশি( ড,হ)- কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায়-সহযোগিতা লাভ কৰিব পাৰে ৷ লগতে আজি আপোনাৰ কৰ্মক্ষেত্রত জটিলতা হ্ৰাস  পোৱাৰ যোগ দেখা যায়। বন্ধুৰ সৈতে মতানৈক্য হ’ব পাৰে৷ শিঙাল জন্তুৰ পৰা সাৱধানে থাকিব।চকুৰ ৰোগৰ আশংকা।

আৰু পঢ়ক:  শকুন শাস্ত্ৰঃ জেঠীয়েও দিব পাৰে শুভ-অশুভ সংকেত! জানি লওক


৫. সিংহ ৰাশিৰ (ম,ট)-  আজিৰ দিনটোত মনত শান্তি বাঢ়িব, কৰ্মত শুভ হ'ব । খৰচ বৃধ্দি হ’ব পাৰে৷ মাতৃৰ বাবে চিন্তা।চকুৰ ৰোগ হ’ব পাৰে। 

৬. কন্যা ৰাশি (প,ঠ)- কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব ৷আবেগিক হৈ পৰিব পাৰে ।পাৰিবাৰিক দিশত অতি শুভ৷ প্ৰেমত শুভ৷ খৰচ অলপ বাঢ়িব পাৰে৷ 

৭. তুলা ৰাশি (ৰ,ত)- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত ৰং ভাব  ভাৱ বাঢ়িব , মনত সামান্য ভয় ভাৱ বৃদ্ধি হ'ব পাৰে লগতে সামান্য মনোমালিন্য হোৱাৰ যোগ । হাতলৈ ধন আহিব পাৰে৷ প্ৰেমত শুভ।

৮. বৃশ্চিক ৰাশি (ন,য)- মনৰ আশা পূৰণ হ'ব। প্ৰেমত শুভ হ'ব যদিও আজি সকলো দিশতে সতৰ্ক হোৱাটো ভাল হ'ব।নতুন যোগাযোগ৷ প্ৰেমত শুভ।বিদাৰ্থীৰ বাবে ভাল দিন।

৯. ধনু ৰাশি (ধ,ভ)- সন্মান বাঢ়িব । চকুৰ ৰোগ হোৱাৰ আশংকা। প্ৰেমত শুভ। খৰচ বৃদ্ধি হ’ব পাৰে। পানীৰ পৰা সাৱধান।চকুৰ ৰোগৰ পৰা সাৱধান।

১০. মকৰ ৰাশি (খ,জ)- আজিৰ দিনটোত সন্মান বাঢ়িব, ধন লাভ হ'ব ।আনৰ প্ৰসংশা লাভ কৰাৰ যোগ দেখা যায়।পেটৰ ৰোগ হ’ব পাৰে, গতিকে সতৰ্ক হ’ব। ধন লাভ।

১১. কুম্ভ ৰাশি(গ,শ,স)-  বিদ্যাৰ্থীসকলৰ শুভ হ'ব, ৰোগৰ পৰা আৰোগ্য হ'ব। কৰ্মত সামান্য নিৰাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।উদৰ ৰোগৰ আশংকা আছে৷ শিঙাল জন্তুৰ পৰা সাৱধান। হাতলৈ ধন আহিব।  নতুন বন্ধু লাভ।

১২. মীন ৰাশি( দ,চ)- মনত শান্তি বাঢ়িব যদিও কৰ্মত সামান্য কষ্ট পাব পাৰে ।খৰচ বাঢ়িব পাৰে যদিও হাতলৈ ধন অহাৰো যোগ৷শিঙাল যন্তু আৰু যান-বাহনৰ পৰা সাৱধান। ভাতৃ-ভগ্নীৰ শুভ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ