--°C
Loading...
Listen to Article
2 min read
80%
৪ ছেপ্তেম্বৰ ২০২২, দেওবাৰ

মেষ – হঠাতে ধন পোৱাৰ যোগ আছে। লেনদেনত সাৱধান হ’ব। খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ কৰক ৷ প্ৰেমৰ বতৰা পাব। আলহী আহিলে শুভ হ'ব।

বৃষ -কোনেৱে আগবঢ়োৱা প্ৰস্তাৱ প্ৰথমে ভালদৰে বুজি লওক অন্যথা লোকচান হ’ব পাৰে। উপাৰ্জন বৃদ্ধি হ’ব পাৰে। মাতৃৰ শুভ। 

মিথুন – কিছুমান ভাল সুযোগ আহিব পাৰে। নতুন লোকক লগ পোৱাটোও এটা শুভ কাৰক হ’ব। প্ৰতিভাৰ প্ৰশংসা হ’ব।  অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ 

কৰ্কট – সময়মতে কামবোৰ সম্পূৰ্ণ কৰাত সফল হ’ব। ধন সম্পৰ্কীয় কামত সফলতা থাকিব পাৰে। প্ৰেমত শুভ। অযথা বিতৰ্কত নোসোমাব। 

সিংহ – এলাহ ভাব পৰিহাৰ কৰক ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷আপুনি জ্যেষ্ঠসকলৰ সহায়ত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব।

কন্যা – ধন ক্ষেত্ৰত লাভৰ স্থিতি আছে। কথাৰ প্ৰভাৱ থাকিব। সৌন্দৰ্ চৰ্চাত মনোযোগ দিয়ক ৷ কাৰোবাৰ প্ৰেমত পৰাৰ সম্ভাৱনা।

তুলা – ধৈৰ্য ধৰক। পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ কৰ্ম স্থানত সন্মান লাভ কৰিব। 

বৃশ্চিক – অপ্ৰয়োজনীয় কামত ধন ব্যয় কৰা হ’ব পাৰে। নতুন চাকৰিৰ বাবে ভাল সুযোগ আহিব। শিক্ষাৰ্থীৰ বাবে মধ্যম। প্ৰেমত শান্তি।

ধনু – কামবোৰ সম্পূৰ্ণ কৰাত প্ৰত্যাহ্বান থাকিব পাৰে। প্ৰতিদ্বন্দ্বীসকল সক্ৰিয় হৈ থাকিব আৰু ক্ষতিও কৰিব পাৰে। কঠোৰ পৰিশ্ৰমৰ ফল লাভ।

মকৰ – সম্পদৰ ক্ষেত্ৰত অন্ধভাৱে বিশ্বাস কৰিলে ধন হেৰুওৱাৰ লগতে সমস্যা হ’ব পাৰে। মন পছন্দৰ কাৰ্যই আনন্দিত কৰিব ৷ প্ৰেমসংগীক লগ পাব। 

কুম্ভ -ধৈৰ্যসহকাৰে কাম কৰিব লাগিব। খং আৰু অহংকাৰ পৰিহাৰ কৰক। কাৰোৰে লগত বাদ-বিবাদ নকৰিব। পৰিয়ালৰ শুভ।

মীন – উপাৰ্জনতকৈ অধিক টকা খৰচ কৰা পৰিহাৰ কৰিব। ধন পোৱা সম্ভাবনা আছে। কামত বিশেষ সফলতা আহিব। ভ্ৰমণৰ সুযোগ পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক