--°C
Loading...
Listen to Article
2 min read
80%
১৪ আগষ্ট ২০২৩, সোমবাৰ

মেষ ৰাশিঃ সংযমী হোৱা প্ৰয়োজন। ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত শান্তি বৰ্তি থাকিব। শুভ সংখ্যা ৯।

বৃষ ৰাশিঃ কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা। অৰ্থপ্ৰাপ্তিৰ যোগ আছে। স্বাস্থ্যক লৈ সতৰ্ক হওক। ভাল খবৰ লাভৰ সম্ভাৱনা। শুভ সংখ্যা ৫।

মিথুন ৰাশিঃ ব্যৱসায় আৰু কৰ্মত উন্নতি। অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আছে। নতুন গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে। আত্মীয়ৰ সৈতে কোনো কথা মনোমালিন্য হ’ব পাৰে। শুভ সংখ্যা ৬।

কৰ্কট ৰাশিঃ দ্বিধা–দ্বণ্ড ত্যাগ কৰি সিদ্ধান্ত ল’ব লাগিব। ব্যৱসায়ত লাভৰ সম্ভাৱনা। প্ৰেমত সফল। শুভ সংখ্যা ৩।

সিংহ ৰাশিঃ ব্যৱসায়ত চাপ বাঢ়িব পাৰে। ভ্ৰমণৰ যোগ আছে। বাধাৰ মাজতো অগ্ৰগতি লাভ কৰিব। প্ৰেমত প্ৰাপ্তি। শুভ সংখ্যা ৯।

কন্যা ৰাশিঃ আৰ্থিক উন্নতিৰ যোগ। দাম্পত্য জীৱনত কাজিয়া বাঢ়িব পাৰে। ব্যৱসায়ত অগ্ৰগতিৰ শুভ যোগ আছে। পৰিয়ালৰ পৰা লাভ কৰিব ভাল খবৰ। শুভ সংখ্যা ৮

তুলা ৰাশিঃ দাম্পত্য জীৱনত শান্তি বৰ্তি থাকিব। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। আৰ্থিক দিশত ক্ষতি। শুভ সংখ্যা ৬।

বৃশ্চিক ৰাশিঃ কৰ্মত উন্নতিৰ সম্ভাৱনা। মানসিক অস্থিৰতা বাঢ়িব। সাংসাৰিক অশান্তি বৃদ্ধিৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি নজৰ দিব। শুভ সংখ্যা ৪।

ধনু ৰাশিঃ সৃজনশীল কামত শান্তি লাভ কৰিব। সংসাৰত অশান্তি বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আছে। বন্ধু-বান্ধীৱৰ পৰা সাৱধান। শুভ সংখ্যা ২।

মকৰ ৰাশিঃ পৰোপকাৰ কৰি শান্তি লাভ কৰিব পাৰে। বিচক্ষণ ব্যক্তিৰ পৰামৰ্শত কৰ্মত উন্নতিৰ সূচনা হ’ব। সাংবাদিক, লেখকসকলৰ বাবে আজিৰ দিনটো ভাল। শুভ সংখ্যা ৩।

কুম্ভ ৰাশিঃ অতিৰিক্ত অৰ্থ লাভৰ আশা নকৰাই ভাল। ব্যয় বাঢ়িব পাৰে। শাৰীৰিক অসুস্থতাই দেখা দিব পাৰে। আত্মীয়ৰ পৰা উপহাৰ লাভৰ সম্ভাৱনা। শুভ সংখ্যা ১।

মীন ৰাশিঃ প্ৰেমত শুভ ফল লাভ। ভূমি কিনা–বেচাৰ বাবে ভাল সময়। আধ্যাত্মিকতাত আগ্ৰহ বাঢ়িব। ব্যৱসায়ীসকল সাৱধান। শুভ সংখ্যা ১।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ