--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সঠিক দিশত প্ৰৱেশদ্বাৰ নিৰ্মাণ নহ'লে ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পোৱাত অসুবিধা হয়। অৱশ্যে মাটিৰ অৱস্থান আৰু ঘৰৰ কাষেৰে যোৱা ৰাস্তাৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ঘৰৰ প্ৰৱেশদ্বাৰ কোন দিশত হ'ব, সেই সন্দৰ্ভত সিদ্ধান্ত ল'ব পাৰি। ঘৰৰ প্ৰৱেশদ্বাৰ যি দিশতেই নিৰ্মাণ কৰা নহওক কিয়, সেয়া সম্পূৰ্ণৰূপে বাস্তুসন্মত হ'ব লাগিব।  এই বিষয়ে কিছু কথা উল্লেখ কৰা হৈছে

পূব দিশত নিৰ্মাণ কৰা প্ৰৱেশদ্বাৰৰ ফলাফল
 পূব দিশৰ প্ৰথম ভাগটোত কামদেৱ অৰ্থাৎ শিখি দেৱতাৰ অৱস্থান। এই ভাগটোত দুৱাৰ নিৰ্মাণ কৰিলে অগ্নিৰ ভয় থাকে।
দক্ষিণ দিশৰ মুখ্য দুৱাৰৰ ফলাফল
দক্ষিণ দিশৰ প্ৰথম ভাগত বায়ু দেৱতাৰ অৱস্থান। এই ভাগত মুখ্য দুৱাৰ নিৰ্মাণ কৰিলে গৃহস্থৰ সন্তান জন্ম নহ'ব পাৰে অথবা সন্তানৰ সংখ্যা কম হ'ব পাৰে।পুষ্যা ভাগত মুখ্য দুৱাৰ নিৰ্মাণ কৰিলে কোনো বিশ্বাসী লোকে গৃহস্থৰ অপকাৰ সাধন কৰাৰ আশংকা থাকে।বিপথ বা বিদ্যা ভাগত প্ৰৱেশ দুৱাৰ নিৰ্মাণ কৰিলে গৃহস্থ স্বাৰ্থপৰ হৈ পৰে। বৃহৎক্ষত ভাগত প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিলে পুত্ৰ সন্তান লাভ হয় আৰু গৃহস্থ ভোজনবিলাসী হৈ পৰে।যম ভাগত প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিলে গৃহস্থ কৰ্কশ হৈ পৰে আৰু তেওঁৰ জেদ ভাব বৃদ্ধি পায় । ঘৰৰ প্ৰৱেশদ্বাৰ মুখ্য দ্বাৰতকৈ কিছু সৰু হ'ব লাগে।
 যিকোনো ধৰণৰ দুৱাৰৰ উচ্চতা বহলতকৈ দুগুণ অথবা তাতকৈ বেছি হ'ব
লাগে।
 ঘৰৰ প্ৰৱেশদ্বাৰ কাঠেৰে নিৰ্মাণ কৰিলে বেছি শুভ ফলদায়ক হয়।
ঘৰৰ প্ৰৱেশদ্বাৰ খোলা বা বন্ধ কৰাৰ সময়ত যাতে শব্দ নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগে।
ঘৰত ছুইচযুক্ত প্ৰৱেশদ্বাৰ লগোৱাটো শুভ ফলদায়ক নহয় ।
ঘৰৰ প্ৰতিখন দুৱাৰৰ জোখ একে হ'ব লাগে আৰু সেইবোৰ দেখিবলৈয়ো একে হ'ব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান