--°C
Loading...
Listen to Article
2 min read
80%
৯ মে' ২০২৩, মঙলবাৰ

মেষ : আপোনাৰ ধন ব্যয় হ'ব পাৰে। প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। আত্মীয়ৰ সৈতে সময় অতিবাহিত কৰক। শুভ সংখ্যা ১।

বৃষ : অধিক কিবা এটা পোৱাৰ মনোভাৱ পৰিহাৰ কৰাটো ভাল হ’ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সৰু কথাক লৈ বহু ডাঙৰ বিবাদ এখনৰ সৃষ্টি হ'ব পাৰে। সাৱধানে থাকক। শুভ সংখ্যা ৭।

মিথুন : দিনৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ শক্তি কম অনুভৱ কৰিব। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হ'ব পাৰে। ধন লাভ। শুভ সংখ্যা ৩।

কৰ্কট : উন্নত পৰিৱেশ৷ ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে৷ কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ সৈতে মতান্তৰৰ সম্ভাৱনা৷ যাত্রা শুভ৷ শুভ সংখ্যা ৭৷

সিংহ : আর্থিক চিন্তা থাকিব৷ প্রাপ্য ধন পোৱাৰ চেষ্টাও ব্যর্থ হ’ব পাৰে৷ ধর্মীয়ানুষ্ঠানত যোগদানৰ সম্ভাৱনা আছে৷ কর্মত অৱশ্যে খ্যাতি থাকিব৷ শুভ সংখ্যা ৮৷

কন্যা : সু–সংযোগ লাভৰ যোগ৷ আর্থিকত মজলীয়া ফল পাব৷ দায়িত্বপূর্ণ কর্মৰ ক্ষেত্রত সচেতন হওক৷ আজি আপুনি পুৱা হনুমান মন্দিৰত পূজা কৰিলে সুফল পাব৷ শুভ সংখ্যা ১৷

তুলা : কর্মাদিত হঠাৎ ব্যস্ততা বাঢ়িব৷ শাৰীৰিক দিশত ভালেই যাব৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব৷ পূর্বদিশে যাত্রা কৰিলে সুফল পাব৷ শুভ সংখ্যা ৬৷

বৃশ্চিক : দূৰ যাত্রাদিত বাধা, পৰাপক্ষত অতিপাত পৰিশ্রম বর্জন কৰক৷ বিদ্যা, কর্মস্থান, দাম্পত্যত পূর্বানুৰূপ ফল পাব৷ শুভ সংখ্যা ৪৷

ধনু : ক্রমে দিনটো কিছু বাধাৰ মাজেদি পাৰ হ’ব লাগিব৷ খৰচ বৃদ্ধি পাব৷ কিছুমান দুর্ভাৱনাই লগ ধৰিব পাৰে৷ সেয়েহে আজি ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ সংখ্যা ২৷

মকৰ : বিদ্যার্থীৰ বাবে আজি দিনতো ভালেই দেখা যায়৷ কর্তব্যত আগ্রহ বাঢ়িব৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল৷ শুভ সংখ্যা ৯৷

কুম্ভ : কোনো কর্মত আনন্দ পাব৷ হঠাৎ অর্থ লাভৰ আশা কৰিব পাৰে৷ মাতৃৰ শৰীৰ বেয়া নহ’ব৷ শুভ সংখ্যা ৪৷

মীন : পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে৷ আর্থিকত মজলীয়া ফল পাব৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত উন্নতিৰ যোগ৷ শুভ সংখ্যা ১৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ