--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি দেশজুৰি পালন হ’ব পোহৰৰ উৎসৱ দিপাৱলী৷ গধুলি ঘৰৰ চৌপাশ উজলি উঠিব চাকিৰ পোহৰত৷ আৰু এই উৎসৱৰ বতৰত প্ৰিয়জনক আপুনি উপহাৰ দিব বিচাৰে নেকি? এটি উপহাৰৰ বাবে আপোনাৰ প্ৰিয়জনৰ মুখত উজলি উঠিব পাৰে এটি মিচিকীয়া হাঁহি৷ আজি হোৱাটছ এপতেই হওক বা ছ’চিয়েল মিডিয়াতেই হওক দেৱালীৰ শুভেচ্ছাৰে ভৰি পৰে। পিছে এইবাৰ দীপাৱালীত আপোনাৰ প্ৰিয়জনক কেনেধৰণৰ শুভেচ্ছা প্ৰেৰণ কৰিব? পলম নকৰাকৈ আপোনাৰ প্ৰিয়জনক শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে।

দীপাৱালী হৈছে পোহৰ আৰু আনন্দেৰে ভৰি থকা এটা দিন। দেশজুৰি পালন হোৱা পোহৰৰ উৎসৱে এই দিনটো অতি আনন্দেৰে উদযাপন কৰে। আজিৰ দিনটোত ইজনে সিজনলৈ প্ৰেৰণ কৰে শুভেচ্ছাবাণী। বৰ্তমান সময়ত স্মাৰ্টফোনত দীৱালীৰ শুভেচ্ছা বিশেষভাৱে জনপ্ৰিয়।

গতিকে এনে উৎসৱত এটি চকলেটৰ পেকেট অথবা মিঠাইৰে আপোনাৰ প্ৰিয়জনক দিব পাৰে দীপাৱলীৰ শুভেচ্ছা৷ আজিকালি বজাৰত নানাৰঙী লাইটো উপলদ্ধ হয়৷ এই ৰঙীন লাইট উপহাৰ দি আপুনি প্ৰিয়জনৰ অন্তৰ জয় কৰিব পাৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া