--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজিৰে পৰা আৰম্ভ বেংক লেন-দেনৰ নতুন নিয়ম৷ দুৰ্নীতিমুক্ত আৰু শূন্যসহশীল নীতিৰে শাসনৰ বাঘজৰীলৈ অহা মোদী চৰকাৰে আচ্ছে দিনৰ বাবে গ্ৰহণ কৰিছে নতুন নতুন নিয়ম৷ তাৰ ভিতৰত নগদ লেন-দেন হ্ৰাস কৰাৰ আন এক প্ৰয়াস কেন্দ্ৰৰ

এইবাৰ ডেবিট আৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰৰ নতুন নিয়ম বান্ধি দিলে চৰকাৰে৷ অনলাইন লেন-দেন সুৰক্ষিত কৰাৰ লক্ষ্যৰে অট’ ডেবিটেৰ নতুন নিয়ম লঘু হ’ব দেশত৷ নিয়ম অনুসৰি, অট’ ডেবিটৰ পূৰ্বে গ্ৰাহকলৈ পঠিয়াব লাগিব নটিফিকেশ্যন৷ ৫ হাজাৰ টকাৰ কম লেন-দেনৰ ক্ষেত্ৰত লাঘৱ হ’ব এই নিয়ম৷

গ্ৰাহকৰ অনুমতি পালেহে একাউণ্টৰ টকা কাটিব পাৰিব বেংকে৷ ইএমআই, বীমাৰ প্ৰিমিয়ামৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব এই নিয়ম৷ অ’টিপিৰ মাধ্যমত ৫ হাজাৰৰ ওপৰত অট’ ডেবিট লেন-দেন৷ আনহাতে, কাইলৈৰ পৰা ৩টা বেংকৰ চেকবুক গ্ৰহণ নহ’ব৷ বেংককেইটা হৈছে এলাহাবাদ বেংক, অৰিয়েণ্টেল বেংক আৰু ইউনাইটেড বেংক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ