--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল: উত্তৰ-পূব বুলিলেই সংস্কৃতিৰ সমাহাৰ৷ বিভিন্ন জাতি-জনজাতীয় লোকৰ পৰম্পৰাগত নৃত্য-গীতে চহকী কৰে উত্তৰ-পূবৰ সাংস্কৃতিক মঞ্চ৷ অতীতৰেপৰা উত্তৰ-পূৰ্বাঞ্চলে বহন কৰি আহিছে সমন্বনয়ৰ ধাৰা৷ নানান জাতি-জনজাতিৰ পৰম্পৰাগত গীত-মাতে এক অতুলনীয় মৰম-চেনেহ আৰু ভাতৃত্ববোধৰো সংজ্ঞা দি যায়৷

অসমৰ বিহু নাচ, মণিপুৰৰ ৰাসলীলা নৃত্য, অৰুণাচল প্ৰদেশৰ পপীৰ, বুয়া নৃত্য ইত্যাদি৷ উত্তৰ-পূৰ্বাঞ্চলৰ নৃত্য-গীতে প্ৰদান কৰা সমন্বয়ৰ ধাৰা সমগ্ৰ দেশতেই চৰ্চিত৷ পিছে এইবাৰ এটি নৃত্য কৰি ছ'চিয়েল মিডিয়াত ব্যাপক সমাদৰ লাভ কৰিছে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৱে

তেওঁ টুইটাৰযোগে শ্বেয়াৰ কৰা এটি ভিডিঅ'ৰ পাছতেই তোলপাৰ লাগে সমগ্ৰ ছ'চিয়েল মিডিয়াত৷ তেওঁ অৰুণাচল প্ৰদেশৰ এটি জনজাতীয় নৃত্য শ্বেয়াৰ কৰিছিল তেওঁৰ টুইটাৰ হেণ্ডেলাৰটোত৷ তেওঁ পোষ্টটোত লিখে যে, 'বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় প্ৰকল্পৰ নিৰীক্ষণৰ বাবে মই সুন্দৰ কাজালাং গাঁও ভ্ৰমণৰ কৰিছিলো। তেওঁলোকৰ পৰম্পৰা অনুসৰি, সজোলাঙৰ পৰম্পৰাগত নৃত্য পদশন কৰো।' তাৰ পাছতেই ছ’চিয়েল মিডিয়াত ব্যাপক সঁহাৰি লাভ কৰে মন্ত্ৰীগৰাকীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ