--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে মহম্মদ ছামীয়ে ৭টা উইকেট দখল কৰে। খেল আৰম্ভ হোৱাৰ আগতেই এজন ব্যক্তিয়ে গম পাইছিল যে সেই মেচত তেওঁ ৭টা উইকেট লাভ কৰিব। সেই বিষয়ে তেওঁ সকলোকে অৱগতো কৰিছিল৷

বুধবাৰে মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত শমীয়ে ৭টা উইকেট দখল কৰে। তাৰ আগদিনা ডন মাটিও নামৰ এজন ব্যক্তিয়ে নিজৰ এক্স হেণ্ডেলত লিখিছিল, "মই সপোনত দেখিছো যে ছেমি ফাইনেলত শ্বামীয়ে ৭ উইকেট দখল কৰিছে।"

প্ৰথমতে কোনেও এই পোষ্টটোৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু শ্বামীয়ে ৭ উইকেট লোৱাৰ পাছত ভাইৰেল হৈ পৰিছে। বহুতে কৈছে যে মাটিওৱে ভাগ্য আগতীয়াকৈ ক’ব পাৰে!

উল্লেখথ্য যে শ্বামীয়ে বিশ্বকাপৰ এখন খেলত ৭টা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। এদিনীয়া বিশ্বকাপত চাৰিবাৰকৈ এখন খেলত পাঁচটা বা তাতকৈ অধিক উইকেট দখল কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয় ছামীয়ে। তিনিবাৰকৈ এই কৃতিত্ব অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰকে কৰিছে।

বিশ্বকাপত ৫০টা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপেও পৰিগণিত হয় শামী। তেওঁ এই কৃতিত্ব বিশ্বকাপত সৰ্বনিম্ন সংখ্যক মেচত (১৭) কৰিছিল। বিশ্বকাপৰ নক আউটত পাঁচটা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় শামী

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক