--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকান ফলৰ ভিতৰত আলমণ্ড অতি জনপ্ৰিয়। ই সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে। আলমণ্ডে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰি তোলে। আলমণ্ডক শুকান ফলৰ ৰজা বুলিও কোৱা হয়। আলমণ্ড খোৱাৰ সুবিধা আৰু অসুূবিধা কি জানো আহক। 

আলমণ্ডৰ সুবিধা-

১) আলমণ্ডত মেগনেছিয়াম থাকে। ই দেহৰ বাবে যথেষ্ট উপকাৰী। 

২) ই ডায়েবেটিচ ৰোগীৰ ব্লাড ছুগাৰ লেভেল স্তৰ নিয়ন্ত্ৰণ কৰে। 

৩) ইয়াত যথেষ্ট আঁহ, প্ৰ'টিন আৰু স্বাস্থ্যকৰ চৰ্বি থাকে, সেয়ে ইয়াক খালে পেট ভৰ্তি অনুভৱ হয়। পেট ভৰ্তি অনুভৱ হোৱা বাবে আলমণ্ডে আপোনাক অত্যাধিক খাদ্য গ্ৰহণ কৰাত বাধা প্ৰদান কৰে।

৪) আলমণ্ডে পেশীবোৰো শক্তিশালী কৰে। ইয়াত থকা কাৰ্বোহাইড্ৰেটে শৰীৰত গ্লুকোজৰ স্তৰ হ্ৰাস কৰে।

৫) আলমণ্ডত ভিটামিন ই আৰু মেগনেছিয়াম থাকে। ই হাড় শক্তিশালী কৰিব পাৰে। 

৬) সমগ্ৰ দেহত তেজৰ চলাচল সুচল কৰে।

৭) আলমণ্ডে গ্লুকোজৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।

৮) ইয়াত ভৰপূৰ মাত্ৰাত এণ্টি-অক্সিডেণ্ট থাকে। সেয়ে ই বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে।

৯)ইয়াত ফলিক এচিড আছে। যি গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী।


আলমণ্ডৰ অসুবিধা-

১) যদি আপোনাৰ হজমৰ সমস্যা আছে তেন্তে আপুনি আলমণ্ড খোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব।

২) জোখতকৈ অধিক আলমণ্ড সেৱন কৰিলে পেটৰ সমস্যা হ'ব পাৰে।

৩) যাৰ কিডনীত ষ্টন আছে আৰু গল ব্লাডাৰৰ সমস্যা আছে তেওঁ আলমণ্ড খাব নালাগে। 

৪)যদি আপুনি ঔষধ গ্ৰহণ কৰে, আপোনাক চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন। দৰাচলতে, আলমণ্ডত যথেষ্ট পৰিমাণে মেগনেছিয়াম থাকে। এই ক্ষেত্ৰত, ঔষধৰ প্ৰভাৱে আপোনাৰ শৰীৰত পাৰ্থক্য আনিব পাৰে।

৫) এচিডিটিৰ সমস্যা থকা লোকে আলমণ্ড খাব নালাগে।

৬) পাচনৰ সমস্যা থকা লোকে আলমণ্ড খাব নালাগে।

৭) চৰ্বীৰ সমস্যা থকা লোকেও আলমণ্ড খোৱা অনুচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ