--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাম সেতুক ৰাষ্ট্ৰীয় স্মাৰক হিচাপে ঘোষণা কৰিব বিচৰা বিজেপি নেতা সুব্ৰমণিয়াম স্বামীৰ আবেদনৰ শুনানি গ্ৰহণৰ বাবে সন্মতি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। ২৬ জুলাইত এই আবেদনৰ শুনানি গ্ৰহণ কৰিব শীৰ্ষ আদালতে।

 

২৬ জুলাইত স্বামীৰ আবেদন শুনানি লোৱাৰ আশ্বাস দিয়ে মুখ্য ন্যায়াধীশ এন ভি ৰমনে। ‘ৰাম সেতুক ৰাষ্ট্ৰীয় ঐতিহ্য স্মৃতিসৌধ হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিবলৈ উচ্চতম ন্যায়ালয়ক আহ্বান জনোৱা হৈছিল আবেদনখনত।

 

আডমৰ ব্ৰীজক ৰাম সেতু বুলিও কোৱা হয়

ৰাম সেতুক এডামছ ব্ৰীজ বুলিও জনা যায়। ই তামিলনাডুৰ দক্ষিণ-পূব উপকূলৰ পাম্বান দ্বীপ আৰু শ্ৰীলংকাৰ উত্তৰ-পশ্চিম উপকূলৰ মান্নাৰ দ্বীপৰ মাজত শিলেৰে গঠিত এটা শৃংখলা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ