--°C
Loading...
Listen to Article
2 min read
80%
 ২৮ অক্টোবৰ ২০২৩, শনিবাৰ

মেষ ৰাশি – ব্যৱসায়ী-উদ্যমী সকলৰ বাবে দিনটো ভাল। নতুন সংযোগ হোৱাৰ সংকেত। শুভ সংখ্যা ১, ৰং নীলা।

বৃষ ৰাশি – খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ যত্ন কৰিব । পৰিয়ালৰ মাজতো খঙৰ বাবে মনোমালিন্য আনিব পাৰে। সাৱধানে চলিব। শুভ সংখ্যা ৯, শুভ ৰং সুমথিৰা।

মিথুন ৰাশি – পৰিয়ালৰ লোকৰ সৈতে সমন্ধবোৰ মজবুত হব যদিও কোনো মুহুৰ্তত হতাশা আহিব পাৰে । আলহী আহিব। শৰীৰৰ উন্নতি।শুভ সংখ্যা ২, শুভ ৰং বেঙুনীয়া।

কৰ্কট ৰাশি-  স্বাস্থ্যৰ প্ৰতি অলপ নজৰ ৰাখিব। আৰ্থিক দিশত আজিৰ দিনটো ভাল। শুভ সংখ্যা ৩, শুভ ৰং নীলা।

সিংহ ৰাশি – ভাগ্যৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু দুৰ্বল। খৰছো বৃদ্ধি পোৱাৰ সম্ভাৱনা। স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক শক্তিশালী হব। শুভ সংখ্যা ৭, শুভ ৰং বগা।

কন্যা ৰাশি-  কোনো ভাল বন্ধুৰ পৰা দুখৰ খবৰ পাব পাৰে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে জ্যেষ্ঠ জনৰ দিহা পৰামৰ্শ গ্ৰহণ কৰিব। শুভ সংখ্যা ১, শুভ ৰং হালধীয়া।

তুলা ৰাশি – সন্তানৰ ভৱিষ্যতক লৈ কিছু সমস্যা থাকিব। শৰীৰ মধ্যম। শুভ সংখ্যা ৫, শুভ ৰং বগা।

বৃশ্চিক ৰাশি – কোনো ভয় বা শংকাৰ বাবে মনত খুদুৱনি থাকিব। সন্ধিয়া ঘৰলৈ আলহী অতিথি অহাৰ সংযোগ। শুভ সংখ্যা ৪, শুভ ৰং ধোঁৱা বৰণ বা ছাই বৰণ।

ধনু ৰাশি –  ক্ৰোধ সম্বৰণ কৰিব। লোকচান হোৱাৰ সম্ভাৱনা। স্বাস্থ্যৰ প্ৰতি নজৰ দিব । শুভ সংখ্যা ৮, শুভ ৰং বগা ।

মকৰ ৰাশি-  শিক্ষাৰ্থী সকলৰ বাবে দিনটো ভাল। যাত্ৰাৰ সংযোগ। শুভ সংখ্যা ৮, শুভ ৰং বগা ।

কুম্ভ ৰাশি – যদি কৰবালৈ যোৱাৰ বাবে পৰিকল্পনা কৰিছে তেন্তে লগত নিব লগা সামগ্ৰী ভালদৰে পৰীক্ষা কৰক। চোৰৰ পৰা সাৱধান। শুভ সংখ্যা ৪, শুভ ৰং নীলা।

মীন ৰাশি – আইন সম্পৰ্কীয় কাম কাজত ৰেহাই পাব।মাতৃৰ সৈতে যাত্ৰাৰ সম্ভাৱনা । শুভ সংখ্যা ৫, শুভ ৰং গুলপীয়া ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা