--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অৱশেষত সম্পন্ন হ’ল বলীউডৰ বহু প্ৰত্যাশিত বিয়াখন৷ সকলো জল্পনা-কল্পনাৰ অন্তত বিকী-কেটে বিবাহপাশত আবদ্ধ হ’ব৷ ৰাজস্থানৰ চৱাই মাধোপুৰৰ বিলাসী ৰিজ’ৰ্টত সম্পন্ন হ’ব বলীউডৰ এই বহু চৰ্চিত বিয়াখন৷ ৭ ডিচেম্বৰ মঙলবাৰে অনুষ্ঠিত হৈছে সংগীতৰ অনুষ্ঠান। মেহেন্দী ৮ ডিচেম্বৰ আৰু দুয়োৱে ৯ ডিচেম্বৰত বিবাহ অনুষ্ঠানত বহিব।

উল্লেখ্য যে, এই সংগীতানুষ্ঠানৰ মাজতে এজন অতিথিয়ে তেওঁলোকৰ বিয়াৰ এখন গোপন ফটো সামাজিক মাধ্যমত বিয়পাই দিয়ে৷ ইয়াৰ লগে-লগে বিকী-কেটৰ ফালৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ তেওঁলোকে কয় যে, টোকাটোৰ বাৰ্তাটো অতি স্পষ্ট। ইয়াত লিখা আছে, ‘‘আমি আশা কৰোঁ যে আপোনালোক আমাৰ বিয়ালৈ আহোতে ৰাজস্থানৰ কেৱল ধুনীয়া ৰাস্তা আৰু গাঁওবোৰহে চাই যাওক আৰু মনটো জীপাল কৰি লওঁক।

আমি আগতে জনাইছিলো যে আমাৰ বিবাহত আহিব লগা অতিথিসকলক মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছিল। আপোনাৰ মোবাইল ফোনটো আপোনাৰ ঘৰত এৰি থৈ আহক। বিবাহ অনুষ্ঠানৰ কোনো ফটো সামাজিত মাধ্যমত পোষ্ট নকৰিব।’’


উল্লেখ্য যে, বিকী-কেটৰ অনুৰাগীসকলে দীৰ্ঘদিন ধৰি আগ্ৰহী হৈ আছে আৰু তেওঁলোকৰ মধুচন্দ্রিমাত লৈ। দুয়োজনে মধুচন্দ্রিমাত ক'লৈ যাব সেই বিষয়ে বিভিন্ন মহলত বহুত খবৰ আহিছে। অৱশেষত এইটোও নিশ্চিত হৈছে যে মুম্বাইৰ এক অভ্যৰ্থনাৰ পাছত বিকি-কেটে মালদ্বীপলৈ মধুচন্দ্রিকাত যাব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ