--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উদুলি-মুদুলি হৈ আছে বলীউড৷ বহু প্ৰত্যাশিত বলীউড যুটি বিকী-কেটৰিনাৰ আজি সম্পন্ন হ'ব বিবাহ৷ সাতজনমলৈ একেলগে থকাৰ সংকল্প ল'ব বিকী-কেটে৷ দৰা-কইনাৰ সাজত বিকী-কেটৰিনাক চাবলৈ ব্যাকুল হৈ আছে অনুৰাগী৷ এক লাখ টকীয়া মেহেন্দীৰ ৰঙেৰে বুধবাৰে কেটৰিনা কাঈফৰ দুহাত ৰঙীণ হৈ উজলিছে৷ নিশা অনুষ্ঠিত হয় সংগীত-নৃত্যৰ অনুষ্ঠানৰো৷ কঠোৰ নিৰাপত্তা তথা নীতি-নিৰ্দেশৰ মাজেৰে আয়োজিত হৈছে বহু চৰ্চিত বিকী কৌশল আৰু কেটৰিনা কাঈফৰ বিয়াৰ অনুষ্ঠান৷

ছ'চিয়েল মিডিয়াৰ যোগে ভাইৰেল হৈছে কেটৰিনাৰ মেহেন্দী লগোৱা দুহাতৰ এখন ফটো৷ অৱশ্যে এই ফটোখন কেটৰিনাৰ বিয়াৰ নে বিজ্ঞাপনৰ সেয়া নিশ্চিত নহয়৷ ইতিমধ্যে বিয়াৰ বাবে বলীউডৰ বহু তাৰকা-মহাতাৰকাইয়ো ঢাপলি মেলিছে বিয়ালৈ বুলি৷


উল্লেখ্য যে, বিয়াখনৰ নিমন্ত্ৰিত অতিথিসকলক সম্পূৰ্ণ গোপনীয়তা মানিবলৈ আৰু কোনোধৰণৰ ফটো প্ৰকাশ নকৰিবলৈ অনুৰোধ জনোৱা হয়। ইয়াৰ লগতে ৮০ কোটি টকাৰ বিনিময়ত এমাজন প্ৰাইমক বিক্ৰী কৰা হৈছে বিয়াখন সম্প্ৰচাৰৰ স্বত্ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ