--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত তথা বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি মুকেশ আম্বানীৰ নাম কেতিয়াও শুনা ব্যক্তি নাই বুলি কলেও বঢ়াই কোৱা নহ’ব নিশ্চয়! ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানী বিগত কেইটামান দশকত বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি হিচাপে বিবেচিত হৈ আহিছে। ইয়াৰোপৰি, মুকেশ আম্বানীৰ সমান্তৰালকৈ দেশজুৰি সমাদৃত নীতা আম্বানী। ‘ৰিলায়েন্স ফাউণ্ডেচন’, ‘ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়’ আৰু ‘ৰিলায়েন্স ইণ্ডাষ্ট্ৰি’ৰ সঞ্চালক নীতা আম্বানী। শেহতীয়াকৈ, প্ৰকাশিত তথ্য অনুসৰি, মুকেশ আম্বানীৰ বৰ্তমান সম্পদৰ পৰিমাণ প্ৰায় ৮২.৯ বিলিয়ন।


২০ বছৰ বয়সত ১৯৮৫ চনত মুকেশ আম্বানীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল নীতা আম্বানী। তাৰপাছতেই সলনি হৈ গৈছে নীতা আম্বানীৰ জীৱনযাত্ৰা। আম্বানীৰ পৰিয়ালৰ কথা আলোচনাৰ প্ৰসংগলৈ আহিলেই সকলোৰে মনলৈ আছে বিলাসী ঘৰ, গাড়ী আৰু বিলাসী জীৱনৰ। নীতা আম্বানীৰ প্ৰাসাদো যেন সোণৰ খজাৰে  নিৰ্মিত! মুকেশ আম্বানীৰ দৰে নীতা আম্বানীৰ মাজতো দেখিবলৈ পোৱা যায় বিলাসী জীৱনৰ ছাঁ। আম্বানীৰ সাম্ৰাজ্যৰ ৰাণী এতিয়া হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। বিষয়টোক লৈ তুমুল চৰ্চা হৈছে ছ’চিয়েল মিডিয়াত। কথাটো শুনাৰ পাছত আচৰিত হৈ পৰিব আপুনিও। কাৰণ, আম্বানী পৰিয়াল আৰু ক’বলৈ ওলোৱা কথাৰ মাজত সামঞ্জস্য বিচাৰি নাপাব পাৰে আপুনি। জানিবলৈ পোৱা মতে, মুকেশ আম্বানীৰ পত্নীয়ে বিলাসী জীৱন যাপন কৰিলেও পৰিধান নকৰে  সোণৰ অলংকাৰ। নীতা আম্বানীয়ে কিয় সোণৰ গহনা পৰিধান নকৰে?

মন কৰিবলগীয়া যে, আম্বানী পৰিয়ালে বিভিন্ন বিদেশী ব্ৰেণ্ড বা ভাল বেষ্ট ইন ক্লাছ সামগ্ৰী ব্যৱহাৰ কৰে। নীতা আম্বানীও ইয়াৰ ব্যতিক্ৰম নহয়। পোছাকৰ পৰা আৰম্ভ কৰি হেণ্ডবেগখনলৈ, ছানগ্লাছৰ পৰা আদি কৰি ভৰিৰ জোতালৈকে সকলোবোৰ সামগ্ৰীয়ে অতি ব্যয়বহুল। অৱশ্যে, সোণৰ অলংকাৰ পৰিধান নকৰে নীতা আম্বানীয়ে। ইয়াৰ মূলতে হৈছে সোণৰ অলংকাৰ ভাল নাপায় আম্বানী পত্নীয়ে। সোণৰ পৰিৱৰ্তে মূল্যৱান হীৰা আৰু মুকুটাৰ নেকলেছ পিন্ধিবলৈ ভাল পায় নীতা আম্বানীয়ে। এই নেকলেছৰ মূল্য সোণতকৈ বহুত বেছি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ