--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈছিল শিশুটি। পৰিয়ালৰ মতে দিনৰ ১১বজাতে মৃত্যু হৈছিল শিশুটিৰ।

ডিজিটেল ডেস্কঃ  নগাঁৱৰ মেট্ৰ' হাস্পতালত নিশা এটি শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ব্যক্তিগত চিকিৎসালয়খনৰ আইচিইউত মৃত্যু হৈছিল এটি ৭বছৰীয়া শিশুৰ।


বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈছিল শিশুটি। পৰিয়ালৰ মতে দিনৰ ১১বজাতে মৃত্যু হৈছিল শিশুটিৰ।


পিছে ধনৰ আশাত নিশালৈকে শিশুটিৰ মৃত্যুৰ খবৰ পৰিয়ালক দিয়া নাছিল। নিশা পৰিয়ালে তৰ্ক-বিতৰ্ক কৰাত চিকিৎসকে মৃত ঘোষণা কৰে শিশুটিক।


ইয়াৰ পিছতে চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতি। নিশাই চিকিৎসালয় খনত উপস্থিত হয় জিলা প্ৰশাসন আৰু নগাঁও আৰক্ষী।


ঘটনাক গুৰুত্বসহকাৰে লৈছে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে আৰক্ষীক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ