--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২১ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰথমবাৰৰ বাবে ছৌদি আৰৱ ভ্ৰমণ কৰিছিল। তাত তেওঁ জেদ্দা নিৰাপত্তা আৰু উন্নয়ন শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। ইৰাকেও এই সন্মিলনত যোগদান কৰিছিল।

মন কৰিবলগীয়া যে, ছৌদি আৰব আৰু ইৰাণৰ মাজত দীৰ্ঘদিন ধৰি চলি আহিছে বিবাদ। গতিকে, ৰিয়াদৰ মূল উদ্দেশ্য আছিল আমেৰিকাৰ বাহিৰে আন যোগানকাৰীৰ পৰা বেলিষ্টিক মিছাইল ক্ৰয় কৰা। কাৰণ, আমেৰিকাই ছৌদি আৰৱক অস্ত্ৰ বিক্ৰী কৰা কমাই দিছিল তেতিয়াই।

ইফালে, ছৌদি আৰৱৰ বৈদেশিক মন্ত্ৰী ৰাজকুমাৰ ফৈছাল বিন ফাৰহান আল চৌদে কয় যে, যদি তেওঁৰ দেশে আমেৰিকাৰ পৰা সামৰিক সামগ্ৰী ক্ৰয় কৰাত ব্যৰ্থ হয় তেন্তে আন যিকোনো দেশৰ পৰা ক্ৰয় কৰিব।

চিএনএনৰ নিক ৰবাৰ্টছনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, ৰাজ্যখনে আমেৰিকাক প্ৰতিৰক্ষা সঁজুলি ক্ৰয়ৰ ক্ষেত্ৰত এক মূল অংশীদাৰ হিচাপে গ্ৰহণ কৰি আহিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে চৌদি আৰৱ এৰি যোৱাৰ কেইঘণ্টামান পিছতে এই মন্তব্য কৰিছে ছৌদি আৰৱৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ