--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ভৱিষ্যদ্ৰষ্টা নষ্ট্ৰাডামাছৰ ভৱিষ্যদ্বাণী অনন্য আৰু তেওঁৰ ৮৫ শতাংশ ভৱিষ্যদ্বাণী বাস্তৱত পৰিণত হৈছে। যত হিটলাৰৰ শাসন, দ্বিতীয় বিশ্বযুদ্ধ, ৯/১১ আক্ৰমণ আৰু ফৰাচী বিপ্লৱ আদিও আছে। নষ্ট্ৰাডামাছে ২০২২ চনৰ বাবে কি ভৱিষ্যদ্বাণী কৰিছিল? ৫০০ বছৰ আগতে তেওঁ কৰা ভৱিষ্যদ্বাণীত উন্মোচিত হৈছে ভয়ংকৰ তথ্য।

 নষ্ট্ৰাডামাছৰ জন্ম হৈছিল ১৫০৩ চনৰ ১৪ ডিচেম্বৰত জাৰ্মানীত আৰু মৃত্যু হৈছিল ১৫৬৬ চনৰ ২ জুলাইত। চলিত বৰ্ষত পাৰমাণৱিক বোমা বিস্ফোৰণ হব বুলি ভৱিষ্যদ্বাণী কৰিছিল তেওঁ।২০২২ চনৰ সন্দৰ্ভত নষ্ট্ৰাডামাছে তেওঁৰ ভৱিষ্যদ্বাণীত কৈছে যে এই বছৰত পাৰমাণৱিক বোমা বিস্ফোৰণ হব, যাৰ বাবে জলবায়ু পৰিৱৰ্তন হব। কেৱল এয়াই নহয়, পাৰমাণৱিক বোমাৰ বিস্ফোৰণৰ বাবে পৃথিৱীৰ অৱস্থাও সলনি হব পাৰে।

 ১. মুদ্ৰাস্ফীতিৰ ওপৰত কৰিছিল ভৱিষ্যদ্বাণী-

নষ্ট্ৰাডামাছেও ৫০০ বছৰ পূৰ্বে ২০২২ চনৰ মুদ্ৰাস্ফীতিৰ ভৱিষ্যদ্বাণী কৰিছিল। নষ্ট্ৰাডামাছে ভৱিষ্যদ্বাণী কৰা অনুসৰি এই বছৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাহিৰত থাকিব। ইয়াৰ উপৰি আমেৰিকান ডলাৰৰ মূল্যও তীব্ৰভাৱে হ্ৰাস পাব। ইয়াৰ লগতে তেওঁ কৈছে যে ২০২২ চনত মানুহে সোণ, ৰূপ আৰু বিটকইনত অধিক ধন বিনিয়োগ কৰিব।

 ২. গ্ৰহাণুৱে যথেষ্ট ক্ষতি কৰিব-

নষ্ট্ৰাডামছৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২২ চনত এই গ্ৰহাণুৱে পৃথিৱীৰ যথেষ্ট ক্ষতি কৰিব। নষ্ট্ৰাডামছে কৈছে যে এটা ডাঙৰ শিলসদৃশ গ্ৰণানু সাগৰত পৰিব, যাৰ ফলত তীব্ৰ ঢৌ উঠিব আৰু চাৰিওফালৰ পৰা পৃথিৱীখনক আগুৰি ধৰিব। সাগৰৰ পানীয়ে পৃথিৱীৰ যথেষ্ট ক্ষতি কৰিব।

 ৩. ডাঙৰ ধুমুহাই ফ্ৰান্সত ধ্বংসলীলা চালব-

নষ্ট্ৰাডামাছৰ ভৱিষ্যদ্বাণী অনুসৰি এই বছৰ ফ্ৰান্সত ডাঙৰ ধুমুহা আহিব, যাৰ বাবে বিশ্বৰ বহু ঠাইত তীব্ৰ জুইৰ উপৰি খৰাং আৰু বানপানীৰ পৰিস্থিতিয়ে দেখা দিব।

 ৪.৭২ ঘণ্টাপৰ্যন্ত অন্ধকাৰে আগুৰিব সমগ্ৰ বিশ্বক-

নষ্ট্ৰাডামছে তেওঁৰ ভৱিষ্যদ্বাণীত কৈছে যে ২০২২ চনত ব্যাপক ধ্বংসৰ পাছত শান্তি আহিব, কিন্তু এই শান্তিৰ আগতে সমগ্ৰ পৃথিৱীখন ৩দিন অৰ্থাৎ ৭২ ঘণ্টা অন্ধকাৰত থাকিব।

 ৫. কৃত্ৰিম বুদ্ধিমত্তাৰে নিয়ন্ত্ৰিত হ’ব মানৱ জাতি-

নষ্ট্ৰাডামাছৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২২ চনত মানৱ জাতিৰ ওপৰত কৃত্ৰিম বুদ্ধিমত্তাৰ নিয়ন্ত্ৰণ থাকিব আৰু ব্যক্তিগত কম্পিউটাৰৰ মগজুৱে মানুহক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হব। লগতে ৰবটে মানৱ জাতিক ধ্বংস কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন