--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বন্দুকধাৰীৰ গুলীবৰ্ষণত কঁপি উঠিল আমেৰিকা। দেশ খনৰ জৰ্জিয়াত বন্দুকধাৰীৰ  গুলীবৰ্ষণত কমেও চাৰিজন লোকৰ মৃত্যু হৈছে। নিহত সকলৰ ভিতৰত এগৰাকী মহিলা আৰু তিনিজন পুৰুষ আছে বুলি  আৰক্ষীয়ে  প্ৰকাশ কৰিছে। 

কিন্তু বন্দুকধাৰী লোকজনক এতিয়াও আটক কৰিব পৰা হোৱা নাই। আৰক্ষীয়ে দাবী কৰিছে যে  তেওঁলোকে আক্ৰমণকাৰীজনক চিনাক্ত কৰিবলৈ সক্ষম হৈছে। ঘটনাটো  জৰ্জিয়াৰ হেম্পটনত সংঘটিত হৈছে। স্থানীয় আৱাসিক এলেকাত বন্দুকধাৰী এজন যুৱকে  হঠাতে গুলসীচালনা কৰিবলৈ আৰম্ভ কৰে। ফলত চাৰিগৰাকী লোক নিহত হয়। 

হেম্পটনৰ আৰক্ষী প্ৰধানে  কৈছে  যে বিশেষ  কাৰণত নিহতসকলৰ  পৰিচয় এতিয়াও গোপনে ৰখা হৈছে। গুলীচালনাৰ আঁৰৰ উদ্দেশ্য কি আছিল সেই বিষয়ে আৰক্ষীয়েও  কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই । আক্ৰমণকাৰীজনক আন্দ্ৰে লংমোৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁ সেই অঞ্চলটোৰে বাসিন্দা। চল্লিশ বছৰ বয়সৰ লোকজনে কিয় এনেদৰে গুলীচালনা কৰিলে সেয়া জানিব পৰা হোৱা নাই। আৰক্ষীয়ে জানিব পাৰিছে যে তেওঁ আটলাণ্টাৰ ফালে পলাই গৈছে।লোক জনৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস