--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভেন্সে কয়, 'ৰাষ্ট্ৰপতিয়ে কৈছে যে তেওঁ এই সন্দৰ্ভত চিন্তা কৰি আছে, কিন্তু এতিয়াও দৃঢ় সিদ্ধান্ত গ্রহণ কৰা নাই।'

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ কাৰণে চীনৰ ওপৰত শুল্ক আৰোপ কৰাৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এতিয়াও সিদ্ধান্ত গ্রহণ কৰা নাই। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে এইদৰে কয়।


ভেন্সে দেওবাৰে ফক্স নিউজ ছানডে'ৰ আগত কয়, 'ৰাষ্ট্ৰপতিয়ে কৈছে যে তেওঁ এই সন্দৰ্ভত চিন্তা কৰি আছে, কিন্তু এতিয়াও দৃঢ় সিদ্ধান্ত গ্রহণ কৰা নাই।' ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ বিৰুদ্ধে অতিৰিক্ত শুল্ক আৰোপ কৰাৰ দৰে চীনৰ বিৰুদ্ধেও কৰিব নেকি বুলি সাংবাদিকে সোধা প্রশ্নত ভেন্সে এইদৰে কয়।


তেওঁ কয়, 'চীনৰ সৈতে আমাৰ সম্পৰ্কৰ বাবেই নিশ্চিতভাৱে চীনৰ কথাটো অলপ জটিল; ই আন বহু কথাত প্ৰভাৱ পেলাব, যিবোৰৰ ৰাছিয়াৰ পৰিস্থিতিৰ সৈতে কোনো সম্পর্ক নাই।'


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ