--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুৱা ৮:৩০বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত হ'ব লগা এক অনুষ্ঠানত শুভাৰম্ভ কৰে। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেবাগৰাকীও মন্ত্রী উপস্থিত থাকে।

ডিজিটেল ডেস্কঃ মোৰ মাটি মোৰ দেশ' অভিযানৰ অংশ 'অমৃত কলহ যাত্রা'ত আৰু ৰাজ্যখনৰ ২৭০টা উন্নয়ন খণ্ড তথা নগৰীয় স্থানীয় নিকায় সমূহৰপৰা প্রেৰিত অমৃত কলহসমূহৰ পৰা দুটাকৈ, মুঠ ৫৪০ টা কলহ সংগ্রহ কৰা হৈছিল।


ইয়াৰে এটাকৈ কলহ মূল অনুষ্ঠানৰ বাবে 'ৰাজধানী এক্সপ্রেছ'যোগে নতুন দিল্লীত কৰ্তব্যপথৰ সমীপত নির্মাণ হ'বলগীয়া 'অমৃত বাটিকা'ৰ নিৰ্মাণাৰ্থে প্ৰেৰণ কৰা হৈছিল। আনটো কলহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰা আছিল।


দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ৮ নৱেম্বৰত দেশৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি গহপুৰ থানাৰ পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হোৱা বীৰাংগনা কনকলতা বৰুৱাৰ স্মৃতিত কনকলতা ৰাজ্যিক মহিলা বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত কাইলৈ সংৰক্ষণ কৰি ৰখা মাটিৰ কলহ সমূহ ভূমি পূজন অনুষ্ঠানলৈ কঢ়িয়াই নিয়া হ'ব।


এই যাত্ৰা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুৱা ৮:৩০বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত হ'ব লগা এক অনুষ্ঠানত শুভাৰম্ভ কৰে। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেবাগৰাকীও মন্ত্রী উপস্থিত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ