--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন যাত্ৰীবাহী বিমান। সৌভাগ্যক্ৰমে বিমানখনৰ ভিতৰত থকা ৫৫ গৰাকী যাত্ৰী আৰু ৫ গৰাকী ক্ৰু মেম্বাৰৰ জীৱন ৰক্ষা পৰিছে। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ দুমনা বিমান বন্দৰত। বিমানখন বন্দৰত অৱতৰণৰ সময়তে ৰানৱেৰ পৰা পিছলি পৰে কিন্তু পাইলটৰ তৎপৰতাত ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ পৰা ৰক্ষা পৰে বিমানখন। দিল্লীৰ পৰা জবলপুৰত উপস্থিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান এআই-৯৬১৭ অৱতৰণৰ সময়ত ৰানৱেৰ পৰা পিছলি পৰিছিল।বিমানখন দিল্লীৰ পৰা জবলপুৰলৈ আৰু তাৰ পিছত বিলাসপুৰলৈ যোৱাৰ কথা আছিল। পাছত বিমানখনত থকা যাত্ৰীসকলক বাছেৰে বিমানবন্দৰৰ লাউঞ্জলৈ লৈ যোৱা হয়। ঘটনাটোৰ উচিত তদন্তৰ নিৰ্দেশ দিয়া হৈছে।শনিবাৰে দুপৰীয়া ১:২০ বজাত সংঘটিত হয় এই ঘটনা। আৰু পঢ়কঃ পোহনীয়া কুকুৰক ৫ কোটি টকাৰ হীৰাৰ চেইন উপহাৰ! সুৰক্ষাৰ বাবে দেহৰক্ষী নিয়োগ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন