--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সভাৰ আগমুহূৰ্তত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

ডিজিটেল ডেস্ক: নগাঁও খুটিকটীয়া ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত চকলাঘাটত অনুষ্ঠিত হৈছে অন্নদাতা উৎসৱ। দুই কোটি টকাৰ চেক বিতৰণ বিভিন্ন শিতানত।

ভাৰতীয় ষ্টেট বেংক নগাঁও খুটিকটীয়া ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত চকলাঘাট ৰাস মঞ্চত ভাৰতীয় ষ্টেট বেংকৰ অন্নদাতা উৎসৱ অনুষ্ঠিত হয়।


সভাৰ আগমুহূৰ্তত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। উপস্থিত থাকে RBO-RM পল্লৱী শৰ্মা ,খাগৰিজান উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া কৃষ্ণ শইকীয়া , ৰিজনেল মেনেজাৰ চিন্ময় ৰয়, ভাৰতীয় খুটিকটীয়া ভাৰতীয় ষ্টেট বেংকৰ শাখা প্ৰৱন্ধক কমল যোশী, স্থানীয় গাওঁপ্ৰধান বিপুল বৰা।


সভাখন পৰিচালনা কৰে দিপজ্যোতি ডেকাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement