--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গধূলি হ'লেই দুৰ্যোগৰ সন্মূখীন হয় ঘৰ অভিমুখী ছাত্ৰ-ছাত্ৰী, ৰুগীয়া তথা বৃদ্ধসকল। যাৰ বাবে ওলাই আহিল বাইহাটা চাৰিআলিৰ ৰাইজ তথা দল সংগঠন৷

ডিজিটেল ডেস্ক: যাত্ৰীবাহী বাছৰ অতপালি। চলন্ত বাছৰ পৰা নমাই দিলে জেষ্ঠ্য নাগৰিকক। পৰিবহন আইন উলংঘা কৰি বৰপেটা নলবাৰী তেজপুৰৰ একাংশ বাছৰ কৰ্মচাৰীয়ে আদাবাৰী, জালুকবাৰী আদিত ভেৰোণীয়া লোকৰ দ্বাৰা দুৰ্ব্যৱহাৰ কৰি আহিছে বৃহত্তৰ বাইহাটা চাৰিআলিৰ বাছত যাতায়ত কৰা যাত্ৰীসকলক।


গধূলি হ'লেই দুৰ্যোগৰ সন্মূখীন হয় ঘৰ অভিমুখী ছাত্ৰ-ছাত্ৰী, ৰুগীয়া তথা বৃদ্ধসকল। যাৰ বাবে ওলাই আহিল বাইহাটা চাৰিআলিৰ ৰাইজ তথা দল সংগঠন৷ তেওঁলোকে ওলাই আহি গোহাৰি প্ৰেৰণ কৰে বাছ মালিকসকললৈ। 


ৰাইজে কৰিলে বিশেষ দাবী৷ ৰুগীয়া, বৃদ্ধ আৰু গৰ্ভৱতী মহিলাৰ বাবে প্ৰতিখন বাছত ৫ খনকৈ আসন সংৰক্ষণৰ দাবী জনালে স্থানীয় ৰাইজে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ