--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে ছবিগৃহসমূহ বন্ধ হৈ থকাৰ সময়তে অসমীয়া চলচ্চিত্ৰ জগতলৈ আহিছে অন্য এক সুখবৰ। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ‘SERBEST’ আৰু ‘DRUK’লৈ নিৰ্বাচিত হৈছে অসমীয়া কলাত্মক ছবি ‘তুমি মালালা’।

‘তুমি মালালা’

অসমীয়া চলচ্চিত্ৰ জগতৰ বহুকেইখন ব্যয়বহুল ছবি নিৰ্মাণ কৰি ‘প্ৰাগ নিউজ’ৰ মুখ্য পৰিচালন সঞ্চালক ড০ সঞ্জীৱ নাৰায়ণে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ সাংবাদিকে জনোৱা অনুসৰি, ডঃ সঞ্জীৱ নাৰায়ণৰ প্ৰযোজিত ‘তুমি মালালা’ ছবিখনৰ পৰিচালক ৰূপক গগৈ।

এনআৰচিসৃষ্ট অসমৰ পৰিস্থিতি, নাৰী শিক্ষাৰ অধিকাৰৰ বিষয়ত দুই কিশোৰীৰ সপোন, আশা-আকাংক্ষা আৰু জীৱনসংগ্ৰামক লৈয়ে এই ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখনৰ চিত্ৰনাট্যকাৰ হৈছে অভিস্কা ফুকন। ছবিখনৰ মূল দুই কিশোৰীৰ চৰিত্ৰত অভিনয় কৰিছে অংশ্ৰুতা কাশ্যপ(মুনমুন) আৰু হৃষিতা ভট্টাচাৰ্যই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ