--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ : হাজাৰ হাজৰ ৰ অনুৰাগীৰ মুখত হাঁহি বিৰিঙাই অভিনেতা অৰ্জুন বিজলানীয়ে লাভ কৰিলে 'খতৰো কে খিলাড়ী-১১ ৰ বিজয়ীৰ খিতাপ ৷ দিব্যাংকা ত্ৰিপাঠী শ্বেতা তিৱাৰী, বৰুণ সুড, বিশাল আদিত্য সিং আৰু ৰাহুল বৈদ্যক পৰাস্ত কৰি অৰ্জুন বিজলানীয়ে ষ্টাণ্ট আধাৰিত ৰিয়েলিটি শ্ব' ভয়ৰ কাৰক: খতৰো কে খিলাড়ী ৰ একাদশ চিজনৰ বিজয়ীৰ ট্ৰফী লাভ কৰিছে তেওঁ ৷

কেইমাহমান পূৰ্বে দক্ষিণ আফ্ৰিকাৰ কেপটাউনত 'খতৰো কে খিলাড়ী-১১' ৰ সমগ্ৰ দৃশ্যগ্ৰহণ কৰা হৈছিল ৷ মঙলবাৰে মুম্বাইত ইয়াৰ অন্তিমটো খণ্ডৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হয় আৰু এই খণ্ডতে অৰ্জুন বিজয়ী হিচাপে ঘোষণা কৰা হয় ৷ ২৫আৰু ২৬ ছেপ্টেম্বৰত কালাৰ্চ টিভি সম্প্ৰচাৰিত হ'ব এই অন্তিম খণ্ড ৷চেনেলটোৱে এই পৰ্যন্ত বিজয়ী সন্দৰ্ভত কোনো কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও অৰ্জুনৰ পত্নী আৰু অনুৰাগীসকলে সামাজিক মাধ্যমত মিলে যব হাম তুম ৰ তাৰকাগৰাকীক অভিনন্দন বাৰ্তাৰে ওপচাই তুলিছে ৷

অৰ্জুনৰ সফলতাত ইনষ্টাগ্ৰামযোগে আনন্দ প্ৰকাশ কৰি অৰ্জুনৰ পত্নী নেহাই কয় যে স্বামীক লৈ তেওঁ গৌৰৱান্বিত আৰু অৰ্জুন পৃথিৱীৰ সকলো সুখৰ যোগ্য ৷নেহাই নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত ট্ৰফীৰ এখন ফটো পোষ্ট কৰিছে ৷ অৰ্জুনে আনকি তেওঁৰ বিজয় উদযাপন কৰাৰ উদ্দেশ্যে ঘৰত এটা পাৰ্টীৰো আয়োজন কৰে, 'য'ত খতৰো কে খিলাড়ী' ৰ আনসকল প্ৰতিযোগীও উপস্থিত আছিল ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ