--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বকাপ জয়ৰ পাছতে বিশেষ ঘোষণা আগবঢ়াইছে পেট কামিন্সে৷ অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ অধিনায়কগৰাকীয়ে সম্প্ৰতি কিছু জিৰণি ল’ব বুলি সদৰী কৰিছে৷ 

এতিয়া দেশৰ হকে প্ৰতিখন মেচতে অধিক গুৰুত্ব দিব কামিন্সে৷ লগতে টুইটযোগে অষ্ট্রেলিয়াৰ  অধিনায়কজনে ২০২৪ৰ আই পি এল নেখেলে বুলি ঘোষণা কৰিছে৷ 

উল্লেখযোগ্য যে ৰিকি পণ্টিঙৰ পাছতে কামিন্স অষ্ট্রেলিয়াৰ শ্ৰেষ্ঠ অধিনায়ক৷ কামিন্সে ইতিমধ্যে বিশ্বকাপ, টেষ্ট চেম্পিয়নশ্বিপ, চেম্পিয়নছৰ ট্ৰফী আঁজুৰিবলৈ সক্ষম হৈছে৷ 




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক