--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱাকালি সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস পালন কৰা হ’ল৷ কিন্তু আন্তৰ্জাতিক  ব্যাঘ্ৰ দিৱসৰ দিনাই এক খবৰে দুখিত কৰিছে সকলোকে৷ 

দেশত বিভিন্ন কাৰ্যসূচীৰে ব্যাঘ্ৰ দিৱস উদযাপিত হোৱাৰ সময়তেই বাঙ্গালোৰৰ বানাৰঘট্টা ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হ’ল বগা ৰঙৰ বাঘ বন্যাৰ। এই বাঘ হৈছে অতি বিৰল প্ৰজাতিৰ। 

উদ্যানখনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে মৃত্যুৰ সময়ত বন্যাৰ বয়স আছিল ছয় বছৰ। এক ভাইৰেল সংক্ৰমণৰ ফলত বন্যাৰ শৰীৰৰ বিভিন্ন অংগ বিফল হৈ পৰাত বন্যাই মৃত্যু সাৱতি লয়৷

যোৱা শুক্ৰবাৰে আছিল বন্যাৰ জন্মদিন৷ জন্মদিনৰ ঠিক এদিন পিছতেই মৃত্যুক সাৱতি লোৱা বন্যাক লৈ এতিয়া মৰ্মাহত হৈ পৰিছে সকলো। জানিব পৰা মতে, ২০১৬ চনৰ ২৯ জুলাইত জন্ম হৈছিল বন্যাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ