--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি যেতিয়া চিণ্ড্ৰমৰ কথা কওঁ তেতিয়া আমি এটা গ্ৰুপৰ কথা কওঁ। ইয়াত প্ৰায়ে এটা নিৰ্দিষ্ট ধৰণৰ ৰোগ, লক্ষণৰ কথা কোৱা হয়। যেতিয়া আমি ডিছঅৰ্ডাৰৰ কথা কওঁ, তেন্তে ই এনে এক ৰোগ যিয়ে ব্যক্তিৰ শাৰীৰিক কাৰ্য্যত সমস্যাৰ সৃষ্টি কৰে। 

একে সময়তে ফ’বিয়াক কোনো বিশেষ বস্তু বা পৰিস্থিতিৰ প্ৰতি ভয় বুলি কোৱা হয়। যাৰ বাবে ই মানসিক চাপ আৰু উদ্বেগৰ সৈতে জড়িত। যদি আমি সাধাৰণ ভাষাত ইয়াৰ বিষয়ে কওঁ, তেন্তে ফ’বিয়াৰ বাবে এজন ব্যক্তিয়ে কোনো বিশেষ কথাৰ প্ৰতি ভয় অনুভৱ কৰে।

চিনড্ৰম, ফ’বিয়া আৰু ডিছঅৰ্ডাৰৰ মাজত পাৰ্থক্য জানি লওক

চিনড্ৰম: প্ৰায়ে একাধিক কাৰণৰ সংমিশ্ৰণৰ বাবে একেলগে দেখা দিয়া লক্ষণৰ এটা গোট। কিন্তু ইয়াৰ চিকিৎসা ইমান সহজ নহয়। বহু ৰোগৰ লক্ষণ একেলগে দেখা দিয়া অৱস্থাত চিণ্ড্ৰম বোলে। এই লক্ষণসমূহ ইটোৱে সিটোৰ পৰা পৃথক বা একে হ’ব পাৰে। কেতিয়াবা চিনড্ৰমবোৰ একেবাৰে বেলেগ হ’ব পাৰে।

উদাহৰণ: ডাউন চিণ্ড্ৰম, যিটো সুকীয়া শাৰীৰিক বৈশিষ্ট্য আৰু শৰীৰৰ দোষৰ সৈতে জড়িত। ডাউন চিনড্ৰম, কেপগ্ৰাছ চিনড্ৰম, কাৰ্পেল টানেল চিনড্ৰম, পলিচিষ্টিক অভাৰী চিনড্ৰম আৰু ৱেবাৰ চিনড্ৰম।

ডিছঅৰ্ডাৰ(Disorder) : কোনো ব্যক্তিৰ শাৰীৰিক বা মানসিক স্বাস্থ্যৰ অসুবিধা হোৱা অৱস্থাক ডিছঅৰ্ডাৰ বোলে। এই ডিছঅৰ্ডাৰে ব্যক্তিৰ মন, শৰীৰ আৰু আত্মাত অস্বাভাৱিকতা বা অক্ষমতা সৃষ্টি কৰিব পাৰে।

উদাহৰণস্বৰূপে: বাইপোলাৰ ডিছঅৰ্ডাৰ, টোপনিৰ ডিছঅৰ্ডাৰ, স্কিজ’ফ্ৰেনিয়া, উদ্বেগজনক ডিছঅৰ্ডাৰ, খাদ্যাভ্যাসৰ ডিছঅৰ্ডাৰ, এডিএইচডি, পিটিএছডি, ব্যক্তিত্বৰ ডিছঅৰ্ডাৰ, দ্ৰব্য ব্যৱহাৰৰ বিকাৰ, মানসিক বিকাৰ।

ফ’বিয়া: কোনো নিৰ্দিষ্ট বস্তু, পৰিস্থিতি বা কাৰ্য্যকলাপৰ প্ৰতি অত্যধিক আৰু অযুক্তিকৰ ভয়, যাক এক প্ৰকাৰৰ উদ্বেগজনক বিকাৰ বুলি গণ্য কৰা হয়। উদাহৰণ: এৰাকনোফ'বিয়া (মকৰাৰ ভয়), বা এক্ৰ'ফ'বিয়া (উচ্চতাৰ ভয়)




FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী