--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাখানাত বহুতো উৎকৃষ্ট পুষ্টিকৰ উপাদান পোৱা যায় যিবোৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ইয়াত মেগনেছিয়াম, পটাছিয়াম, এণ্টি অক্সিডেণ্ট, প্ৰটিন, কাৰ্বহাইড্ৰেট, ফাইভাৰ, আইৰণ আৰু জিংক আদি প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পোৱা যায়। সেয়েহে স্বাস্থ্যৰ বাবে মাখানা অতি উপকাৰী। কিন্তু জানেনে, ইয়াৰ প্ৰকৃতি কি, ইয়াক খোৱাৰ কি উপকাৰিতা আৰু দিনটোত কিমান গ্ৰাম মাখানা খাব লাগে? জানি লওঁ আহক...

মাখানাৰ প্ৰকৃতি কি?

মাখানাৰ শীতল প্ৰভাৱ থাকে। ই শৰীৰক শীতলতা প্ৰদান কৰাৰ লগতে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাতো সহায় কৰে। ইয়াৰ ঠাণ্ডা প্ৰভাৱৰ বাবে কিছুমান বিশেষ পৰিস্থিতিত ইয়াক সাৱধানে সেৱন কৰিব লাগে। ১০০ গ্ৰাম মাখানাত ৩৫০ কেলৰি থাকে। ইয়াৰ উপৰিও ইয়াত ৯.৭ শতাংশ প্ৰটিন, ৭৬ শতাংশ কাৰ্বহাইড্ৰেট, ১২.৮ শতাংশ আৰ্দ্ৰতা, ০.১ শতাংশ স্বাস্থ্যকৰ চৰ্বি, ০.৫ শতাংশ ছডিয়াম, ০.৯ শতাংশ ফছফৰাছ আৰু ১.৪ মিলিগ্ৰাম আইৰণ, কেলচিয়াম, এচিড আৰু ভিটামিন ভি প্ৰচুৰ পৰিমাণে পোৱা যায়।
मखाना की तासीर ठंडी होती है या गर्म
এই ৰোগবোৰৰ বাবে উপকাৰী

স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মাখানা সেৱন অতি উপকাৰী। আয়ুৰ্বেদৰ মতে ইয়াৰ দৈনিক সেৱন খাদ্যত অন্তৰ্ভুক্ত কৰি বাতবিষৰ বিষ, শাৰীৰিক দুৰ্বলতা, হৃদৰোগ, অনিদ্ৰা আৰু লগতে ডায়েৰিয়া ৰোধ কৰিব পৰা যায়। মানসিক চাপ, উদ্বেগ আৰু অনিদ্ৰা আদি সমস্যাত ভুগি থকাসকলৰ বাবে মাখানা খোৱাটো তেওঁলোকৰ ভাল টোপনিৰ বাবে স্বাস্থ্যকৰ বুলি কোৱা হয়। ই ওজন কমাবলৈ সহায়ক, হাড় মজবুত কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী।

মাখানা খোৱাৰ সঠিক সময়

দিনটোৰ যিকোনো সময়তে মাখানা সেৱন কৰিব পাৰে। ৰাতিপুৱা আৰু গধূলিৰ খাদ্যৰ লগতে দুপৰীয়া বা ৰাতিৰ আহাৰতো খাব পাৰে। আঁহযুক্ত এই ছুপাৰফুডে আপোনাৰ পেটটো দীৰ্ঘসময় ধৰি ভৰাই ৰাখিব। দিনটোত ১০০ গ্ৰাম অৰ্থাৎ এমুঠিৰ পৰা দুমুঠি মাখানা খোৱাটো শুদ্ধ বুলি বিবেচিত হয়।
Is Makhana Good for Diabetes? - Fitterfly
গতিকে আপোনাৰ খাদ্য তালিকাত মাখানা যোগ কৰক আৰু সুস্বাস্থ্যৱান হৈ থাকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী