--°C
Loading...
Listen to Article
2 min read
80%
২২ ফেব্ৰুৱাৰী,২০২২, মঙলবাৰ মেষ ৰাশি: পঢ়া-শুনাত ধ্যান দিয়ক৷ ব্যৱসায়ত ক্ষতি। কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব৷ কোনো নতুন কামৰ পৰিকল্পনা কৰিব পাৰে। বৃষ ৰাশি: কামৰ হেঁচা বাঢ়িব। সংগীৰ লগত মনোমালিন্য। আয় বৃদ্ধি৷ শিক্ষাৰ্থীৰ মধ্যম৷ মিথুন ৰাশি: বিবাহ উপযোগীসকললৈ ভাল খবৰ আহিব পাৰে। পৰিয়ালত শান্তি। স্বাস্থ্যত মধ্যম। ভ্ৰমণত শুভ। কৰ্কট ৰাশি: খৰচৰ মাত্ৰা বাঢ়িব৷ সিদ্ধান্ত লওঁতে লৰালৰি নকৰিব। কামত ধৈৰ্যৰ প্ৰয়োজন৷ প্ৰেমত কাজিয়া। সিংহ ৰাশি: ব্যৱসায়ত উন্নতি৷ কৰ্মব্যস্ততাই আমনি কৰিব৷ প্ৰেমত মৰম হ্ৰাস। মন ভাল লগা কাম কৰাৰ সুযোগ। কন্যা ৰাশি: অহেতুক চিন্তাই দিনটো আমনি কৰিব৷ প্ৰেমত সন্দেহ বৃদ্ধি৷ বন্ধুৱে কোনো কামত সহায় কৰিব। তুলা ৰাশি: প্ৰেমৰ সম্পর্ক মধুৰ হʼব৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে।পৰিয়ালত শুভ৷ শিক্ষাৰ্থীৰ অশুভ। বৃশ্চিক ৰাশি: স্বাস্থ্যত গুৰুত্ব দিয়ক৷ বহুদিনীয়া পৰিকল্পনা সফল হʼব। ঘৰলৈ আলহী আহিব। খৰচ বাঢ়িব। ধনু ৰাশি: কামত এলাহ বৃদ্ধি৷ নিজ লক্ষ্যত উপনীত হʼবলৈ কষ্ট কৰক৷ মানসিক অশান্তি৷ পৰিয়ালত সুখ বৃদ্ধি। মকৰ ৰাশি: খং বৃদ্ধি৷ প্ৰেমত মধ্যম৷ বাহিৰা বস্তু নাখাব। কোনো লোকৰ আকৰ্ষণ বাঢ়িব। কুম্ভ ৰাশি: ব্যৱসায়ক লৈ চিন্তা৷ ধৈৰ্য ধৰিলে সুফল পাব। পৰিয়ালৰ লগত সম্পর্ক মধুৰ৷ কাৰোবাৰ পৰা প্ৰশংসা শুনিব৷ মীন ৰাশি: দিনটো ভালেৰে যাব। প্ৰেমত শুভ৷ স্বাস্থ্য পূৰ্বতকৈ উন্নত। নতুন বাহন ক্ৰয় কৰাৰ মন বান্ধিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ