--°C
Loading...
Listen to Article
2 min read
80%
৭ ফেব্ৰুৱাৰী,২০২২, সোমবাৰ মেষ ৰাশিঃ আপোনাৰ শৰীৰ সুস্থ হʼব পূৰ্বতকৈ৷ প্ৰেমৰ ক্ষেত্ৰত নিজৰ প্ৰেমাস্পদক সুখী ৰাখিবলৈ যত্ন কৰক, আপোনাৰ ব্যস্ততাই আপোনাৰ সম্পৰ্কত বাধাৰ সৃষ্টি কৰিব পাৰে৷ অযথা খৰচ নকৰিব, নহলে পাছত নিজে পস্তাব। বৃষ ৰাশিঃ কাৰো লগতে অযথা যুক্তিতৰ্ক নকৰিব৷ কামত খেলিমেলি লাগিব পাৰে। শৰীৰ মধ্যম। নিজে কৰি ভালপোৱা কামত গুৰুত্ব দিয়ক। মিথুন ৰাশিঃ নিজৰ কামত গুৰুত্ব দিয়ক। কঠোৰ পৰিশ্ৰম কৰক। ভ্ৰমণত শুভ। শিক্ষাৰ্থীৰ পঢ়াত ব্যাঘাত জন্মিব। কৰ্কট ৰাশিঃ কৰ্মক্ষেত্ৰত কাম কৰোতে সাৱধানে কৰিব৷ বন্ধুবৰ্গৰ লগত ভাল সময় অতিবাহিত কৰিব৷ব্যৱসায়ত লাভৱান হʼব৷ প্ৰেমত খং-ৰাগ বৃদ্ধি। সিংহ ৰাশিঃ নতুন কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। দিনটো ভালে যাব৷ মনৰ অশান্তি দূৰ হʼব৷ মন গ'লেই বাহিৰৰ বস্তু নাখাব, পেট বেয়া হোৱাৰ সম্ভাৱনা। কন্যা ৰাশিঃ আজি আপুনি মৌন হৈ থকাই ভাল। আপোনাৰ খঙে আপোনাৰ বিপদ ঘটাব পাৰে। ঘৰুৱা অশান্তি। স্বাস্থ্যত শুভ। তুলা ৰাশিঃ কৰ্মজীৱনত পদোন্নতি হʼব পাৰে৷ আয় বৃদ্ধি। ঘৰুৱা পৰিৱেশ উন্নত হব। প্ৰেমত সুখ লাভ। বৃশ্চিক ৰাশিঃ মনৰ উৎসাহ কমিব৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক৷ ভ্ৰমণ কৰোতে সাৱধান।পৰিশ্ৰম কৰক, সফলতা আহিব। ধনু ৰাশিঃ মনৰ অযথা চিন্তা বাদ দিয়ক। খোৱা-বোৱাত গুৰুত্ব দিয়ক। ব্যয় বৃদ্ধি। সন্তানক লৈ চিন্তিত হʼব। মকৰ ৰাশিঃ আপুনি আৱেগক নিয়ন্ত্ৰণ কৰক। আপোনাৰ মধুৰ ব্যৱহাৰে সকলোতকে আকৃষ্ট কৰিব৷ ব্যৱসায়ত শুভ৷ প্ৰেমত সফলতা। কুম্ভ ৰাশিঃ আজি আপোনাৰ ঘৰত প্ৰচুৰ শান্তি আহিব। আপোনাৰ কামে প্ৰশংসা লাভ কৰিব৷ শত্ৰু দূৰ হʼব। পিতৃ-মাতৃৰ লগত সময় কটাবলৈ যত্ন কৰক। মীন ৰাশিঃ মন আনন্দত থাকিব। স্বাস্থ্যত শুভ। বন্ধুৰ সৈতে সংগ উপভোগ কৰি সুখী হʼব। সৃষ্টিশীল কামত মন বহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য