--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • থাইলেণ্ডৰ কাৰাবি দ্বীপৰ সমীপত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহ। গুৱাহাটীৰ পৰা নীৰ কাশ্যপ নামৰ এজন বন্ধুৰ সৈতে গৈছিল থাইলেণ্ডলৈ।

ডিজিটেল ডেস্কঃ ৰঙিয়াত আমিৰ হামজা নামৰ যুৱকগৰাকীৰ মৃতদেহ উদ্ধাৰ থাইলেণ্ডত। যোৱা ২৮ আগষ্টত থাইলেণ্ডলৈ ফুৰিব গৈছিল গৈছিল যুৱকজন। 


থাইলেণ্ডৰ কাৰাবি দ্বীপৰ সমীপত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহ। গুৱাহাটীৰ পৰা নীৰ কাশ্যপ নামৰ এজন বন্ধুৰ সৈতে গৈছিল থাইলেণ্ডলৈ।


আমিৰ হামজাৰ সৈতে যোৱা বন্ধুগৰাকীয়ে পৰিয়ালক মৃত্যু হোৱাৰ বিষয়ে জনোৱাৰ পাছত লাগে হুৱাদুৱা।


পৰিয়ালৰ লোকৰ অভিযোগ ,কোনোৱ হত্যা কৰিছে আমিৰ হামজাক


ইণ্ডিয়ান এম্বেচি আৰু মুখ্যমন্ত্ৰীলৈ আহ্বান পৰিয়ালৰ, উচিত তদন্তৰ লগতে মৃতদেহটো যাতে পৰিয়ালক গতাই দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ