--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অধিবক্তা দিব্যজ্যোতি চহৰীয়াৰ ঘৰত প্ৰায় এক কোটি টকা মূল্যৰ সোণ চুৰি কৰি নিছিল চোৰৰ দলটোৱে।

ডিজিটেল ডেস্কঃ মঙলদৈত নিতৌ চুৰি কাৰ্য সংগঠিত কৰি সন্ত্ৰাস সৃষ্টি কৰা কুখ্যাত চোৰৰ দল গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ। কিছুদিন আগতে সংঘটিত হোৱা অধিবক্তাৰ ঘৰত সোণ চুৰিৰ লগত জড়িত তিনিজন চোৰক গ্ৰেপ্তাৰ কৰে মঙলদৈ আৰক্ষীয়ে।


অধিবক্তা দিব্যজ্যোতি চহৰীয়াৰ ঘৰত প্ৰায় এক কোটি টকা মূল্যৰ সোণ চুৰি কৰি নিছিল চোৰৰ দলটোৱে। উক্ত চুৰিকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড আব্দুল গনি ওৰফে (গেদা)ই অধিবক্তাৰ ঘৰত সোমাই অকলেই বহু পৰিমাণৰ সোণ চুৰি কৰি আন দুজনক বিক্ৰী কৰে।


চুৰি সোণ ক্ৰয় কৰা জুৱেলাৰীকো গ্ৰেপ্তাৰ আৰক্ষীৰ। আব্দুল গনি ওৰফে (গেদা)  মঙলদৈ থানাৰ অন্তৰ্গত বান্দিয়াৰ বাসিন্দা।


আন দুজন ধুলা হিৰাপাৰাৰ নাচিৰ আলি আৰু লটাখাটৰ হাফিজুৰ ৰহমান।


চোৰ কেইটাৰ পৰা প্ৰায় ১০০ গ্ৰাম সোণ, বহু পৰিমাণৰ ৰূপৰ অলংকাৰ, এটা সোণ জোখা মেচিন, তিনিটা মূল্যবান ঘড়ী, মোবাইল ফোন, বেংকৰ নথিসহ এখন বাইক আৰু বহু আপত্তি জনক নথি-পত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ