--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপাৱলীৰ আনন্দত মচগুল হৈ আছে সমগ্ৰ দেশ৷দেশৰ প্ৰতিটো প্ৰান্তত অতি উলহ-মালহেৰে পোহৰৰ উৎসৱ পালন কৰা হয়৷কিন্তু ই পোহৰৰ উৎসৱত প্ৰয়োভৰ ঘটা আতচবাজীৰ শব্দ জীৱ-জন্তুসমূহৰ প্ৰতি ত্ৰাসৰ সূচনা কৰে৷তেনে এক খবৰ আহি পৰিছে তামিলনাডুৰ পৰা৷তামিলনাডুৰ নীলগিৰি জিলাৰ কুনুৰত থকা এটা ঘৰৰ ভিতৰত দীপাৱলীৰ আতচবাজীৰ শংকাত এটা নাহৰফুটুকীয়ে বাস কৰা বুলি দেওবাৰে বন বিভাগৰ এজন বিষয়াই জানিবলৈ দিয়ে৷


তদুপৰি নাহৰফুটুকীটোৰ ওপৰত চকু ৰাখিবলৈ বন বিষয়াসকলে তিনিটা চিচিটিভি কেমেৰা আৰু এটা অটোমেটিক কেমেৰা সংস্থাপন কৰা বুলি বিষয়াগৰাকীয়ে অৱগত কৰে।মুডুমলাই টাইগাৰ ৰিজাৰ্ভৰ উপ-সঞ্চালক অৰুণে কয় যে, "আমি আশা কৰিছোঁ যে আজি ৰাতিৰ ভিতৰত নাহৰফুটুকীটো বাহিৰলৈ ওলাই যাব। আমি চিচিটিভিৰ ওপৰত নিৰীক্ষণ কৰি আছো যাতে নাহৰফুটুকীটোৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব পাৰি।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক