--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰত ঘৰত ৰখা বস্তুবোৰৰ বিশেষ গুৰুত্ব আছে। ঘৰত ৰখা সকলো বস্তুতে এটা শক্তি নিহিত হৈ থাকে, যিয়ে ঘৰৰ অগ্ৰগতিত প্ৰভাৱ পেলায়। বাস্তুশাস্ত্ৰৰ মতে ঘৰত ৰখা বস্তুবোৰৰ পৰা কোঠাবোৰৰ দিশবোৰলৈকে এক শক্তি থাকে। বহু সময়ত বহুত কষ্ট কৰিও মানুহে আশা কৰা ধৰণে ফল নাপায়। কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো আৰ্থিক অৱস্থাৰ উন্নতিৰ মুখ দেখা নাপায়। এই বাস্তু দোষবোৰ ঘৰৰ মূল প্ৰৱেশদ্বাৰৰ লগতো জড়িত হ’ব পাৰে। সেয়েহে ঘৰৰ মূল প্ৰৱেশদ্বাৰত এইসমূহ সালসলনি কৰি আপুনি এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰে।

 ঘৰত যদি বাস্তুদোষ থাকে তেন্তে ঘৰত ঋণাত্মক শক্তি আহে। ইয়াৰ প্ৰভাৱ ঘৰৰ সদস্যসকলৰ ওপৰত পৰে। বাস্তুদোষৰ প্ৰভাৱ যি ঘৰৰ ওপৰত থাকে, সেই ঘৰৰ সদস্যসকল, তেওঁলোক অসুস্থতা, আৰ্থিক অসুবিধা বা পৰিয়ালত কিবা বিবাদত অশান্তি দিয়ে। বাস্তুদোষৰ এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰৰ মূল প্ৰৱেশদ্বাৰত কিছু ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

 মূল গেটত এইবোৰ ব্যৱস্থা কৰক-

ঘৰৰ বাস্তু শুদ্ধ কৰি ৰাখিবলৈ প্ৰতিদিনে পুৱা ঘৰৰ মন্দিৰত ধূপ-চাকি জ্বলাব লাগে। পানীত কিছু পৰিমাণে হালধি মিহলাই ঘৰৰ মূল প্ৰৱেশদ্বাৰত ছটিয়াই দিব। এনে কৰিলে ঘৰত ঋণাত্মক শক্তিৰ প্ৰভাৱ হ্ৰাস পাবলৈ ধৰে আৰু ধনাত্মক শক্তিৰ সঞ্চাৰ হয়। মূল গেটত হালধি পানী ছটিয়াই বাস্তুৰদোষৰ পৰা মুক্তি পায়। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ