--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অপ্ৰয়োজনীয়ভাৱে টকা খৰচ কৰা, সঘনাই টকা হেৰাই থকা বা সদায় টকাৰ অভাৱ হোৱা, এইবোৰ সমস্যা বহুতৰে জীৱনত ঘটে। মাহ শেষ হোৱাৰ আগতে বহুতৰে পকেট খালী হৈ পৰে। এই ধনৰ অভাৱে তেওঁলোকৰ জীৱনলৈ বহু সমস্যাৰ সৃষ্টি কৰে। গতিকে জ্যোতিষশাস্ত্ৰ অনুসৰি আৰ্থিক সমস্যা কেনেধৰণে সমাধান কৰিব পাৰি জানো আহক।

 * যদি প্ৰয়োজনতকৈ অধিক টকা খৰচ হয় আৰু মাহৰ বেছিভাগ সময় পাৰ্চটো খালী হৈ থাকে, তেন্তে ডেৰ ইঞ্চি দীঘল আৰু এক ইঞ্চি বহল ৰূপৰ এটা টুকুৰা মহালক্ষ্মীৰ মন্ত্ৰৰে জপ কৰি সেউজীয়া কাপোৰ এখনেৰে মেৰিয়াই পাৰ্চত ৰাখক। ইয়াৰ ফলত অপ্ৰয়োজনীয় খৰচ বন্ধ হোৱাৰ লগতে ধনৰ আগমনৰ নতুন নতুন পথ মুকলি হ’ব।

 * যদি ৰাহু ৰাশিফলত বেয়া অৱস্থা আছে বা ৰাহুৰ মহাদশ চলি আছে, তেন্তে তেনে ব্যক্তি নিচাৰ প্ৰতি আসক্ত হৈ পৰে। আনকি তেওঁ নিচা ত্যাগ কৰিব নোৱাৰে আৰু তেওঁৰ ধন-সম্পত্তি অপচয় হয়। এনে অৱস্থাত ৰাহুৰ শান্তিৰ বাবে শনিবাৰে উপবাস থকাৰ লগতে কাউৰীক মিঠা ৰুটি খুৱালে উপকৃত হ’ব আৰু আৰ্থিক সমস্যাৰ সমাধান হ’ব।

 * ৰাহুৰ বেয়া অৱস্থাত বহুত খৰচ হয় আৰু মানুহক দুখীয়া কৰি তোলে। ইয়াৰ পৰা হাত সাৰিবলৈ মহাদেৱক দৈনিক পূজা-অৰ্চনা কৰক। অতি সোনকালে সকাহ লাভ কৰিব আৰু আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ